• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীয়ে দিছিল কন্যাক মন্ত্ৰীপদ দি একেলগে কাম কৰাৰ প্ৰস্তাৱ; সদৰী কৰিলে শাৰদ পাৱাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 10:12 am
narendra-modi-pm-candidate-hitler-ncp-sharad-pawar-news-hindi-india-58645

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ শাসন-ক্ষমতাকলৈ চলিল বহু নাটক। শিৱসেনা আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰাৰ চৰ্চা চলি থকাৰ মাজতে শাৰদ পাৱাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল।

উক্ত সাক্ষাতৰ পাছতে দেবেন্দ্ৰ ফাৰ্ণবিছে ৰাজ্যপালক সাক্ষাৎ কৰি অজিত পাৱাৰৰ সমৰ্থনত চৰকাৰ বনায়।

ৰাজনৈতিক মহলত গৰম আলোচনা চলিছিল যে শাৰদ পাৱাৰ আৰু নৰেন্দ্ৰ মোদীৰ সাক্ষাতকাৰত মিত্ৰতা চূড়ান্ত হৈ পৰিল।

আনকি ইমানলৈ ৰটনা আৰম্ভ হৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰক পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ দিছিল।

অৱশ্যে শাৰদ পাৱাৰে তেতিয়া সেয়া অজিত পাৱাৰৰ নিজা সিদ্ধান্ত বুলি  স্পষ্ট কৰি দিছিল। শাৰদ পাৱাৰে বাৰে বাৰে দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু শিবসেনা, কংগ্ৰেছৰ সৈতে নতুন চৰকাৰ গঠনৰ পথ মুকলি কৰিছিল।

এতিয়া নতুন চৰকাৰ গঠনৰ পাছত শাৰদ পাৱাৰে প্ৰধান মন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ সময়ৰ কথা ৰাজহুৱা কৰিছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি শাৰদ পাৱাৰে এটা মাৰাঠী চেনেলত দিয়া সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে মুকলিভাৱে প্ৰকাশ কৰিছে।

পাৱাৰে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে একেলগে কাম কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁ লগতে সদৰী কৰে যে প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ কন্যা সুপ্ৰিয়া সুলেক কেবিনেট মন্ত্ৰী দিয়াৰ প্ৰস্তাৱ দিছিল।

তেওঁ স্পষ্ট কৰে যে তেওঁক ৰাষ্ট্ৰপতি পদ দিয়াৰ কোনো কথা হোৱা নাছিল। শাৰদ পাৱাৰে কয় যে  প্ৰধান মন্ত্ৰী মোদীৰ পৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰি দিছিল।

ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি (এন চি পি)ৰ অধ্যক্ষগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক বহুত ভাল আৰু ভাল হৈয়েই থাকিব যদিও একেলগে কাম কৰাটো সম্ভৱ নহয়।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ উঠা প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰ সম্পৰ্কত নৰম স্থিতি গ্ৰহণ কৰিছিল।

প্ৰধান মন্ত্ৰী মোদীয়ে শাৰদ পাৱাৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা নাছিল। মোদীয়ে পূৰ্বেও শাৰদ পাৱাৰক প্ৰশংসা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd