• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কেব”ৰ বিৰোধিতাৰ আনুষ্ঠানিক সিদ্ধান্ত মেঘালয় চৰকাৰৰ; বিৰোধিতাৰ কথা জনাই পত্ৰ প্ৰেৰণ কৰিব কেন্দ্ৰলৈ

ৰাইনিং লিংডো by ৰাইনিং লিংডো
December 6, 2019 6:41 pm
Meghalaya Democratic Alliance

বৈঠকৰ পিছত মেঘালয় ডেম'ক্ৰেটিক এলায়েন্সৰ সমন্বয়ৰক্ষী সমিতিৰ নেতাসকল।

8.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক লৈ অসন্তুষ্ট মেঘালয় চৰকাৰে আজি “কেব”ৰ বিৰোধিতা কৰিবলৈ আনুষ্ঠানিক সিদ্ধান্ত লয়।

আজি হোটেল পাইনউডত চৰকাৰ গঠন কৰি থকা মিত্ৰজোঁট মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

সংবাদ মাধ্যমৰ আগত বৈঠকৰ বিষয়ে অৱগত কৰি উপ-মুখ্য মন্ত্ৰী প্ৰেছটন টিনছঙে কয় যে বৈঠকখনত কেবৰ বিষয়টো আলোচনা কৰা হয় আৰু ইয়াক মানি নোলোৱাৰ সিদ্ধান্ত লোৱা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে ৩০ নৱেম্বৰত হোৱা বৈঠকৰ সময়ত ইনাৰলাইন পাৰ্মিট থকা আৰু ষষ্ঠ অনুসূচী থকা অঞ্চলবোৰত কেব প্ৰযোজ্য নহয় বুলি কোৱা হৈছিল।

“যদি বিধেয়কখন ৰাজ্যখনৰ ৯৬ শতাংশ অঞ্চল বাহিৰত ৰাখিব পৰা যায়, তেন্তে গোটেই ৰাজ্যখন কিয় ইয়াৰ প্ৰয়োগৰ বাহিৰত ৰাখিব নোৱাৰিব?”, উপ-মুখ্য মন্ত্ৰীজনে কয়।

তেওঁ জনোৱা মতে, এম ডি এই এতিয়া কেবৰ বিৰোধিতা কৰি কেন্দ্ৰলৈ পত্ৰ লিখিব আৰু সমগ্ৰ ৰাজ্যখনকে বাহিৰত ৰাখিবলৈ আহ্বান জনাব।

এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰত য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টি (য়ু ডি পি), হিল ষ্টেইট পীপলছ ডেম’ক্ৰেটিক পাৰ্টি (এইচ্ছ এছ পি ডি পি), পীপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট (পি ডি এফ), বিজেপি আৰু এন চি পি সহযোগী হিচাপে আছে।

উল্লেখ কৰিব পাৰি যে দুদিনমান পূৰ্বে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙেও মন্তব্য কৰিছিল যে ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই “কেব”ৰ পৰিণতিৰ পৰা নাগালেণ্ডক সুৰক্ষা দিব নোৱাৰে।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd