• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএলত গম্ভীৰৰ চমক! কোন দলৰ মালিকী স্বত্ত্ব কিনিবলৈ সাজু প্ৰাক্তন ক্ৰিকেটাৰগৰাকী?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2019 7:49 pm
Gautam-Gambhir-Facts-in-Hin

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলৰ এটা দলৰ মালিকী স্বত্ত্ব কিনিবলৈ আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমান সাংসদ গৌতম গম্ভীৰে।

গম্ভীৰৰ ঘনিষ্ঠ সূত্ৰৰ পৰা সদৰী কৰা মতে অচিৰেই তেওঁ দিল্লী দলৰ অন্যতম মালিক হ’বলৈ আগবাঢ়িছে প্ৰাক্তন আক্ৰমণাত্মক বাওহতীয়া অপেনিং বেটছমেনগৰাকী।

Apply Now

দিল্লী দলটোৰ সৈতে গম্ভীৰৰ সুদীৰ্ঘ দিনৰ সম্পৰ্ক আছে। কেইবছৰ খেলাৰ পাছত গৌতম কলকাতা নাইট ৰাইডাৰ্ছ দলত যোগ দিয়ে।

গৌতম গম্ভীৰৰ নেতৃত্বতে কলকাতাই দুবাৰকৈ আই পি এলত চেম্পিয়ন হৈছে। অৱশ্যে, দিল্লীৰ সৈতে খেলুৱৈগৰাকীৰ সম্পৰ্কত কোনোধৰণৰ যতি পৰা নাই।

কলকাতাৰ পাছত গৌতম পুনৰ দিল্লী দলত যোগদান কৰিছিল যদিও তাত বৰ বেছি সুবিধা কৰিব পৰা নাছিল। কিন্তু এইবাৰ দিল্লী কেপিটেলছৰ মালিকী স্বত্ত্ব ক্ৰয় কৰিবলৈ আগবাঢ়িছে।

বৰ্তমান দিল্লী দলটোৰ দুজন মালিক আছে। এটা জেএছডব্লিউ স্প’ৰ্টছ আৰু আনটো হৈছে জি এম আৰ গ্ৰুপ। দুয়োটাৰে ৫০ শতাংশকৈ মালিকী স্বত্ত্ব আছে দলটোত।

জানিব পৰা মতে গম্ভীৰে জিএমআৰ গ্ৰুপৰ ৫০ শতাংশ মালিকী স্বত্ত্ব ক্ৰয় কৰিবলৈ সাজু হৈছে। এই সন্দৰ্ভত আলোচনা চূড়ান্ত হৈছে আৰু মাত্ৰ আই পি এলৰ গৱৰ্ণিং কাউন্সিলৰ অনুমতিহে বাকী আছে।

প্ৰকৃততে গম্ভীৰৰ মালিকী স্বত্ত্বৰ বিষয়টো বিচিচিআইৰ ওপৰতে নিৰ্ভৰ কৰিছে। সৌৰভ গাংগুলীৰ নেতৃত্বৰ সংস্থাটোৱে অনুমতি দিলেই আইপিএলৰ দল ক্ৰয় কৰিব পাৰিব গম্ভীৰে। কিয়নো আই পি এলৰ গৱৰ্ণিং কাউন্সিল বোৰ্ডৰ অধীন।

যোৱা বছৰ জেএছডব্লিউ স্প’ৰ্টছে ৫০ শতাংশ মালিকী স্বত্ত্ব ৫৫০ কোটি টকাত ক্ৰয় কৰিছিল। ইয়াৰ পাছতে দিল্লীৰ দলটোৰ নামৰো পৰিৱৰ্তন ঘটে। আইপিএলত পূৰ্বে ডেয়াৰডেভিলছ নামত খেলা দলটোৰ নাম বৰ্তমান হৈছে দিল্লী কেপিটেলছ।

গৌতম গম্ভীৰৰ আগমনে দিল্লী দলটো উজ্জীৱিত কৰি তোলাৰ সম্ভাৱনা আছে। দিল্লীৰ আইপিএল দলটোৰ বৰ্তমান অধিনায়ক হৈছে শ্ৰেয়স আয়াৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd