• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ সমষ্টিতে পহুখেদা মন্ত্ৰী ফণীভূষণক; সাংসদ ৰামেশ্বৰ তেলীক ঘেৰাও নাহৰকটীয়াত

নামনিত মন্ত্ৰী ফণীভূষণক খেদা; উজনিত সাংসদ ৰামেশ্বৰ তেলীক আবদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2019 6:06 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে মাত নমতা অগপৰ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক আজি তেওঁৰ সমষ্টিৰ ৰাইজেই পহুখেদা দিয়ে।

খেদি যোৱা ৰাইজৰ পৰা প্ৰাণ বচাই মন্ত্ৰীজনে দৌৰি দৌৰি আঁতৰত ৰখাই থোৱা নিজৰ গাড়ীলৈ যায় আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁক ততাতৈয়াকৈ পলোৱাত সহায় কৰি দিয়ে।

আমালৈ অহা খবৰমতে, অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি বঙাইগাওঁ সমষ্টিৰ মাণিকপুৰ নামৰ ঠাইত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

কিন্তু নাগৰিকত্ব বিধেয়কক লৈ মৌনতাৰ কৌশল লোৱা অগপৰ নেতৃত্বৰ বিৰুদ্ধে দলীয় কৰ্মীৰ চূড়ান্ত বহিঃপ্ৰকাশ ঘটে আৰু নেতাজনক তেওঁৰ নীৰৱতাৰ কৈফিয়ৎ বিচৰাৰ পিছতে ক্ৰোধান্বিত হৈ উঠে দলীয় কৰ্মীসকল।

পৰিস্থিতি ক্ৰমে বেয়ালৈ যোৱাত শাৰীৰিক আক্ৰমণৰ শংকাত আৰু নিজৰ সুৰক্ষাৰ স্বাৰ্থত বিধায়কজনে অলপ আঁতৰতে ৰখাই থোৱা নিজৰ গাড়ীলৈ দৌৰে। আগে-পিছে দৌৰে তেওঁৰ নিৰাপত্তাৰক্ষী আৰু তেওঁক লৰালৰিকৈ গাড়ীত উঠাই আঁতৰাই নিয়ে।

আনহাতে বিজেপিৰ সাংসদ তথা খাদ্য সংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীকো আজি নাহৰকটীয়াৰ জয়পুৰত ঘেৰাও কৰে আছুকৰ্মী আৰু স্থানীয় ৰাইজে। ডিব্ৰুগড়ৰ সাংসদজনে জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ বুজ ল’বলৈ জয়পুৰলৈ গৈছিল।

আছুৰ নেতা-কৰ্মীসকলে তেওঁক “কেব”ৰ বিৰোধিতা কৰিবলৈ দাবী জনায় আৰু নিজমুখে সেয়া ক’বলৈ দাবী কৰে। আছুৰ কৰ্মীসকলে তেওঁক ভালেমান সময় ধৰি আবদ্ধ কৰি ৰাখে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd