• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মচাৰী পৰিষদৰ ঘোষণা : নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত ১৮ ডিচেম্বৰত পালন কৰিব কৰ্মবিৰতি

১৬-১৭ ডিচেম্বৰত আছুৰ গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিব কৰ্মচাৰী পৰিষদে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2019 8:23 pm
Assam-Secretariat-Janata-Bhavan

অসম সচিবালয় : ফাইল ফটো

199
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ ডিচেম্বৰত কৰ্মবিৰতি পালনেৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে।

উক্ত দিনা ৰাজ্যৰ সমূহ কৰ্মচাৰীয়ে কোনো ধৰণৰ কাৰ্য্যালয় সম্পৰ্কীয় কাম কৰাৰ পৰা বিৰত থাকিব। কাৰ্য্যালয়লৈ নাযায় কৰ্মচাৰীসকল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমদে আজি নৰ্থ-ইষ্ট নাওক এই কথা জনায়।

আহমেদে আৰু লগতে জানিবলৈ দিয়ে, নাগৰিকত্ব (সংশোধন) আইনৰ বাতিল নোহোৱা পৰ্য্যন্ত কৰ্মচাৰী পৰিষদে নিৰৱচ্ছিন্নভাৱে আন্দোলন চলাই যাব।

তাৰোপৰি অহা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিখন জিলাৰ উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত অনুষ্ঠিত হ’ব লগীয়া গণ সত্যাগ্ৰহতো কৰ্মচাৰী পৰিষদে অংশগ্ৰহণ কৰিব।

আহমদে জনায় যে উক্ত দিনকেইটাত কৰ্মচাৰীসকলে কাৰ্য্যালয়ত উপস্থিত হৈ স্বাক্ষৰ কৰি আহি এই গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিব পাৰিব।

উল্লেখ কৰিব পাৰি যে সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী সমাজৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ দিনা লতাশিল খেলপথাৰত অনুষ্ঠিত গণ অৱস্থান কাৰ্য্যসূচীৰ লগতে ১৩ ডিচেম্বৰত চানমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ১১ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল।

সদৌ অসম কৰ্মচাৰী পৰিষদে আৰম্ভণিৰে পৰা জাতিদ্ৰোহী বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।  ১০ ডিচেম্বৰৰ নেছ’ৰ উত্তৰ-পূব তথা অসম বন্ধলৈও সমৰ্থন আগ বঢ়াইছিল পৰিষদে।

Recent News

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd