• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্মচাৰী পৰিষদৰ ঘোষণা : নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত ১৮ ডিচেম্বৰত পালন কৰিব কৰ্মবিৰতি

১৬-১৭ ডিচেম্বৰত আছুৰ গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিব কৰ্মচাৰী পৰিষদে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2019 8:23 pm
Assam-Secretariat-Janata-Bhavan

অসম সচিবালয় : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৮ ডিচেম্বৰত কৰ্মবিৰতি পালনেৰে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে।

উক্ত দিনা ৰাজ্যৰ সমূহ কৰ্মচাৰীয়ে কোনো ধৰণৰ কাৰ্য্যালয় সম্পৰ্কীয় কাম কৰাৰ পৰা বিৰত থাকিব। কাৰ্য্যালয়লৈ নাযায় কৰ্মচাৰীসকল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমদে আজি নৰ্থ-ইষ্ট নাওক এই কথা জনায়।

Apply Now

আহমেদে আৰু লগতে জানিবলৈ দিয়ে, নাগৰিকত্ব (সংশোধন) আইনৰ বাতিল নোহোৱা পৰ্য্যন্ত কৰ্মচাৰী পৰিষদে নিৰৱচ্ছিন্নভাৱে আন্দোলন চলাই যাব।

তাৰোপৰি অহা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিখন জিলাৰ উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত অনুষ্ঠিত হ’ব লগীয়া গণ সত্যাগ্ৰহতো কৰ্মচাৰী পৰিষদে অংশগ্ৰহণ কৰিব।

আহমদে জনায় যে উক্ত দিনকেইটাত কৰ্মচাৰীসকলে কাৰ্য্যালয়ত উপস্থিত হৈ স্বাক্ষৰ কৰি আহি এই গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিব পাৰিব।

উল্লেখ কৰিব পাৰি যে সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী সমাজৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ দিনা লতাশিল খেলপথাৰত অনুষ্ঠিত গণ অৱস্থান কাৰ্য্যসূচীৰ লগতে ১৩ ডিচেম্বৰত চানমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ১১ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল।

সদৌ অসম কৰ্মচাৰী পৰিষদে আৰম্ভণিৰে পৰা জাতিদ্ৰোহী বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।  ১০ ডিচেম্বৰৰ নেছ’ৰ উত্তৰ-পূব তথা অসম বন্ধলৈও সমৰ্থন আগ বঢ়াইছিল পৰিষদে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd