• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা ২০১৯ প্ৰত্যাহ্বানকাৰী আৱেদনৰ শুনানিৰ বাবে মান্তি ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2019 4:46 pm
SC to hear petitions against CAA on Wednesday

ভাৰতৰ উচ্চতম ন্যায়ালয়। ফাইল ফটো

276
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনসমূহৰ বুধবাৰে শুনানি গ্ৰহণ কৰিব।

সোমবাৰে ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।

কংগ্ৰেছ নেতা, জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মুখ্য ন্যায়াধীশ এচ এ ববদেৰ সন্মুখত বিষয়টো উত্থাপনৰ পিছতে ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে আইনখনত সন্মতি দিয়াৰ পিছৰে পৰা বিষয়টোক লৈ এক ডজনৰো অধিক আৱেদন দাখিল হৈছে।

আইনখনে ভাৰতীয় সংবিধান আৰু অসম চুক্তি উলংঘা কৰা বুলি অভিযোগ উঠাৰ লগতে ই “বিভাজনমূলক” বুলি বিভিন্ন পক্ষই আপত্তি কৰিছে।

আছু, নেছ’কে ধৰি কংগ্ৰেছ, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, সদৌ অসম উকীল সন্থা, এ পি ডব্লিউ, নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ, উত্তৰ-পূব খিলঞ্জীয়া মঞ্চ আদি বিভিন্ন পক্ষই আৱেদন কৰিছে।

অসমৰ বাহিৰেও ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰদ্যোত দেব বাৰ্মাকে ধৰি আন বহু ভাৰতীয় দল-সংগঠনে আইনখনৰ বিৰুদ্ধে আৱেদন জনাইছে।

Recent News

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

জনজাতীয় লোকৰ ওপৰত মন্তব্যঃ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ বিৰুদ্ধে অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd