• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ সমষ্টিতে এলাগী হ’ল মন্ত্ৰী অতুল বৰা; ‘কা’ক লৈ কৰা নাটকৰ বাবেই ৰাইজৰ এই সিদ্ধান্ত

উত্তম শইকীয়া by উত্তম শইকীয়া
December 19, 2019 12:28 pm
Image_1576675895992_2

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত অনুষ্ঠিত হ’ব লগা ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথেলেটিকছ প্ৰতিযোগিতাত শাসনাধীষ্ঠ দলৰ কোনো নেতা, পালিনেতাক অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত লৈছে আয়োজক সমিতিয়ে।

আজি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত এক ৰাজহুৱা সভাত সাধাৰণ লোকৰ মতৰ ভিত্তিত আয়োজক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

অসম মাষ্টাৰ্ছ এথেলেটিকছ প্ৰতিযোগিতাৰ বোকাখাতৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱ উপাধ্যায়ৰ অধ্যক্ষতাত আয়োজিত সভাত কা বিৰোধী আন্দোলনত চহিদ হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

আয়োজক সমিতিৰ সম্পাদক সুবোধ বৰাই আঁত ধৰা সভাত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সময় মতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ কথা ব্যক্ত কৰে।

আনহাতে বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া, আটছাৰ বোকাখাত শাখাৰ সভাপতি সুশীল কালিন্দী, অসম গোৰ্খা ছাত্ৰ সন্থাৰ বোকাখাতৰ সভাপতি ৰূদ্ৰ চেত্ৰীয়ে প্ৰতিযোগিতাখনৰ প্ৰতি পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰি প্ৰতিযোগিতাথলিত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিৰ তীব্ৰ বিৰোধিতা কৰে।

ছাত্ৰ সংগঠন কেইটাৰ মতে অতুল বৰাই এতিয়াও নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অসমৰ জনসাধাৰণৰ আগত স্থিতি স্পষ্ট কৰা নাই। আদৰণি সমিতিৰ সভাপতি হিচাবে মন্ত্ৰী অতুল বৰা আৰু শাসনাধীষ্ঠ দলৰ আন নেতাৰ উপস্থিতিত ছাত্ৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি জনায়।

এনে পটভূমিত পূৰ্ব নিৰ্ধাৰিত সময় আৰু স্থানতে ২৮ সংখ্যক অসম মাষ্টাৰ্ছ এথেলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাজনৈতিক নেতাৰ উপস্থিতি বা নিমন্ত্ৰণ নকৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহন কৰে।

আয়োজক সমিতিৰ সভাপতি হ’লেও আজিৰ সভাই প্ৰতিযোগিতা থলিত তেওঁৰ উপস্থিতি কামনা কৰা নাই বুলি মন্ত্ৰী অতুল বৰাক জনোৱাৰ বাবেও সিদ্ধান্ত লোৱা হয়।

সভাত অসম মাষ্টাৰ্ছ এথেলেটিকছৰ কাৰিকৰী সঞ্চালক মোহন চন্দ্ৰ বৰা, ৰাজ্যিক কাৰ্যকৰী সদস্য চক্ৰধৰ দত্ত, মিনু শইকীয়া, গোলাপ শইকীয়া উপস্থিত থাকি মত বিনিময় কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd