• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিস্ময় বালক! চকু মুদিয়েই ৰুবিকছ কিউবৰ ৰং মিলাইছে অৰুণাচলৰ “চিন্তা’ই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 10:02 pm
rubik-cube-and-arunachal-boy
811
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি ছচিয়েল মিডিয়াত এটি  ভিডিঅ’ ভাইৰেল হৈ পৰিছে। টুইটাৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে এজন কিশোৰৰ চমৎকাৰী প্ৰদৰ্শনৰ কলা।

ৰুবিকছ কিউবৰ (Rubik’s cube)ৰং মিলোৱাৰ খেল আমি সকলোৱে দেখিছো। কোনোৱে ৰং মিলোৱাত সফল হৈছে যদি আন কোনোৱে আকৌ চেষ্টা কৰিও বাৰে বাৰে ব্যৰ্থ হৈছে।

চকু আৰু মগজুৰ বিশেষ সংযোগৰ জৰিয়তেহে ৰং মিলোৱাৰ এই কলাত সফলতা লাভ কৰাটো সম্ভৱ। চকুৰ তীক্ষ্ণতা অবিহনে এই ৰং মিলোৱাৰ কথাটো ভাবিবই নোৱাৰি।

এনে এক আশ্বৰ্যকৰ কলা প্ৰদৰ্শন কৰি বৰ্তমান ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ এইগৰাকী কিশোৰে।

ছচিয়েল মিডিয়াত ভিডিঅ’টো টুইট কৰিছে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছৰ এগৰাকী বিষয়াই প্ৰবীণ কাছৱানে।

ছচিয়াল মিডিয়াৰ অনুৰাগীসকলৰ বাবে প্ৰবীণ কাছৱান এটি পৰিচিত নাম। ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো এনেধৰণৰ চমৎকাৰী ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

অৱশ্যে, যোৱা ২১ ডিচেম্বৰত তেওঁ পোষ্ট কৰা ভিডিঅ’টো আছিল অন্যতম চমৎকাৰী।

Look at the sheer talents we have in our remote villages. I got this as a forward which says; He is from Arunachal pradesh, Longding District belongs to wancho tribe. Village Longkai. pic.twitter.com/Yow99pBW1g

— Parveen Kaswan, IFS (@ParveenKaswan) December 22, 2019

ভিডিঅ’টোত দেখা গৈছে যে অৰুণাচল প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱৰ এটি কিশোৰে কেইটামান ছেকেণ্ডৰ ভিতৰতে ৰুবিকছ কিউবৰ জটিলতা সমাধান কৰি পেলাইছে। তাকো একেবাৰে আশ্চৰ্যজনকভাৱে চকু মুদি।

প্ৰবীণ কাছৱানে জানিবলৈ দিয়া মতে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা কিশোৰজনৰ নাম চিন্তা। কাছৱানে লগতে জানিবলৈ দিয়ে যে এই ভিডিঅ’টো তেওঁক আন কোনোবাইহে পঠিয়াইছে। ভাল লগাৰ বাবে তেওঁ সেইটো ছচিয়েল মিডিয়াত পোষ্ট কৰে।

কিশোৰজনে প্ৰথমতে ৰুবিকছ কিউবটো ভালদৰে চাই লৈ ক’ত কোনটো ৰং আছে সেয়া মনত ৰখাৰ চেষ্টা কৰে।

ইয়াৰ পাছত চকু বন্ধ কৰি সেইটো ঘুৰাই থকাৰ কেই ছেকেণ্ডমান ভিতৰতে সকলো ৰং সুন্দৰভাৱে মিলি যোৱা দেখা যায়। ভিডিঅ’টোৱে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd