• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিস্ময় বালক! চকু মুদিয়েই ৰুবিকছ কিউবৰ ৰং মিলাইছে অৰুণাচলৰ “চিন্তা’ই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 10:02 pm
rubik-cube-and-arunachal-boy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ছচিয়েল মিডিয়াত এটি  ভিডিঅ’ ভাইৰেল হৈ পৰিছে। টুইটাৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে এজন কিশোৰৰ চমৎকাৰী প্ৰদৰ্শনৰ কলা।

ৰুবিকছ কিউবৰ (Rubik’s cube)ৰং মিলোৱাৰ খেল আমি সকলোৱে দেখিছো। কোনোৱে ৰং মিলোৱাত সফল হৈছে যদি আন কোনোৱে আকৌ চেষ্টা কৰিও বাৰে বাৰে ব্যৰ্থ হৈছে।

Apply Now

চকু আৰু মগজুৰ বিশেষ সংযোগৰ জৰিয়তেহে ৰং মিলোৱাৰ এই কলাত সফলতা লাভ কৰাটো সম্ভৱ। চকুৰ তীক্ষ্ণতা অবিহনে এই ৰং মিলোৱাৰ কথাটো ভাবিবই নোৱাৰি।

এনে এক আশ্বৰ্যকৰ কলা প্ৰদৰ্শন কৰি বৰ্তমান ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ এইগৰাকী কিশোৰে।

ছচিয়েল মিডিয়াত ভিডিঅ’টো টুইট কৰিছে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছৰ এগৰাকী বিষয়াই প্ৰবীণ কাছৱানে।

ছচিয়াল মিডিয়াৰ অনুৰাগীসকলৰ বাবে প্ৰবীণ কাছৱান এটি পৰিচিত নাম। ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো এনেধৰণৰ চমৎকাৰী ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

অৱশ্যে, যোৱা ২১ ডিচেম্বৰত তেওঁ পোষ্ট কৰা ভিডিঅ’টো আছিল অন্যতম চমৎকাৰী।

Look at the sheer talents we have in our remote villages. I got this as a forward which says; He is from Arunachal pradesh, Longding District belongs to wancho tribe. Village Longkai. pic.twitter.com/Yow99pBW1g

— Parveen Kaswan, IFS (@ParveenKaswan) December 22, 2019

ভিডিঅ’টোত দেখা গৈছে যে অৰুণাচল প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱৰ এটি কিশোৰে কেইটামান ছেকেণ্ডৰ ভিতৰতে ৰুবিকছ কিউবৰ জটিলতা সমাধান কৰি পেলাইছে। তাকো একেবাৰে আশ্চৰ্যজনকভাৱে চকু মুদি।

প্ৰবীণ কাছৱানে জানিবলৈ দিয়া মতে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা কিশোৰজনৰ নাম চিন্তা। কাছৱানে লগতে জানিবলৈ দিয়ে যে এই ভিডিঅ’টো তেওঁক আন কোনোবাইহে পঠিয়াইছে। ভাল লগাৰ বাবে তেওঁ সেইটো ছচিয়েল মিডিয়াত পোষ্ট কৰে।

কিশোৰজনে প্ৰথমতে ৰুবিকছ কিউবটো ভালদৰে চাই লৈ ক’ত কোনটো ৰং আছে সেয়া মনত ৰখাৰ চেষ্টা কৰে।

ইয়াৰ পাছত চকু বন্ধ কৰি সেইটো ঘুৰাই থকাৰ কেই ছেকেণ্ডমান ভিতৰতে সকলো ৰং সুন্দৰভাৱে মিলি যোৱা দেখা যায়। ভিডিঅ’টোৱে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd