• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূত বিদ্যা: দেশত প্ৰথমটো পাঠ্যক্ৰম মুকলি বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ

ভূত বিদ্যাৰ সম্পৰ্ক আছে আয়ুৰ্বেদে বিশ্বাস কৰা পঞ্চভূতৰ সৈতে।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2019 4:26 pm
BHU introduces certificate course on ‘Bhoot Vidya’ for first time in India

বেনাৰচ হিন্দু বিশ্ববিদ্যালয়। ছবি-- উইকিমিদিয়া কমনছ।

603
VIEWS
Share on FacebookShare on Twitter

বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ে জানুৱাৰিৰ পৰা ভাৰতত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিব “ভূত বিদ্যা”ৰ অনুমোদিত পাঠ্যক্ৰম।

ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ আয়ুৰ্বেদ বিভাগে এই পাঠ্যক্ৰম পৰিচালনা কৰিব।

চিকিৎসকসকলৰ বাবে আৰম্ভ কৰা এই পাঠ্যক্ৰম আৰু তাৰ এক সুকীয়া গোট গঠনত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদে শেহতীয়াকৈ অনুমোদন জনাইছে।

আয়ুৰ্বেদ বা আধুনিক চিকিৎসা বিজ্ঞানৰ স্নাতক (BAMS/ MBBS)সকলে এই ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

“ভূত” শব্দটোৰ সৈতে জৰিত প্ৰচলিত ধাৰণাৰ বাবে “ভূত বিদ্যা” শুনাত আচহুৱা। কিন্তু ই আয়ুৰ্বেদৰ আঠটা বিভাগৰ অন্তৰ্ভুক্ত এক শাখা যি “মানসিক” ৰোগৰ চিকিৎসা কৰে।

ভূত বিদ্যাৰ সম্পৰ্ক আছে আয়ুৰ্বেদে বিশ্বাস কৰা পঞ্চভূতৰ সৈতে।

আয়ুৰ্বেদমতে ৰোগৰ কাৰণ অগ্নি, পৃথিৱী, বায়ু, জল আৰু আকাশ– এই পঞ্চভূত। ইয়াৰে প্ৰথম চাৰিবিধক চাক্ষুষ আৰু আকাশক অদৃশ্যৰূপে গণ্য কৰা হয়।

ভূত চিকিৎসাই “আকাশ”ৰ চিকিৎসা কৰে।

এই শাখাই “শৰীৰী” ব্যাখ্যা উদ্ধাৰ কৰিব নোৱাৰা “অজ্ঞাতহেতু” বিকাৰ আৰু মানসিক ৰোগৰ মোকাবিলা কৰে।

কাৰ্য্যতঃ “ভূত বিদ্যা” মানসিক ৰোগৰ কাৰণ সন্ধানী আৰু চিকিৎসা প্ৰয়াসী আয়ুৰ্বেদিক পদ্ধতি।

Recent News

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

উচ্চ ৰক্তচাপ থকা লোকসকলে কি কি খাদ্য খাব আৰু কি কি খাদ্য নাখাব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd