• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা-বিৰোধিতাত হিংসাক লৈ সেনা মুৰব্বীৰ মন্তব্য, বিৰোধীৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2019 10:03 pm
Bipin-Rawat Army chief Gen Rawat draws flak for remarks on CAA protests

সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱতে নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনত হোৱা হিংসাত্মক ঘটনা আৰু নেতৃত্ব সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য কৰিছে।

বিপৰীতে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে জেনেৰেল ৰাৱতক এই মন্তব্যৰ বাবে সমালোচনা কৰিছে।

Apply Now

দেশৰ বিভিন্ন ঠাইত কা-বিৰোধী আন্দোলনত অগ্নিসংযোগ আৰু হিংসাৰ ঘটনাসমূহলৈ আঙুলিয়াই জেনেৰেল ৰাৱতে কয় যে এনে কামৰ বাবে জনতাক আগবঢ়াই দিয়াটোক নেতৃত্ব বুলি নকয়।

“তেওঁলোক নেতা নহয় যিসকলে ৰাইজক বেঠিক দিশলৈ আগবঢ়াই দিয়ে। যিহেতু আমি দেখিছো বহু বিশ্ববিদ্যালয় আৰু কলেজত, ছাত্ৰ-ছাত্ৰীসকলে নগৰ আৰু চহৰসমূহত অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনাৰ বাবে কিদৰে জনতা আৰু জুমবোৰক নেতৃত্ব দিছে। এয়া নেতৃত্ব নহয়,” জেনেৰেল ৰাৱতৰ মন্তব্যৰ উদ্ধৃতি।

তেওঁ লগতে কয় যে নেতা হৈছে সেইজন যি আপোনাক সঠিক দিশত আগবঢ়াই নিয়ে, আপোনাক শুদ্ধ উপদেশ দিয়ে আৰু তাৰ পিছত এইটো নিশ্চিত কৰে যে আপুনি যিসকলৰ বাবে জীয়াই আছে তেওঁলোকৰ প্ৰতি আপুনি যত্নৱান হয়।

ইফালে জেনেৰেল ৰাৱতৰ মন্তব্যই ভাৰতীয় সেনাৰ “ৰাজনৈতিক” পক্ষপাতিত্বহীনতাৰ পৰা আঁতৰি অহা বুলি কংগ্ৰেছকে বিৰোধী দলসমূহ সৰৱ হৈছে।

কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰিজেশ কালাপ্পাই সেনা মুৰব্বীজনে ৰাজনতিক বিষয়ত কিদৰে মাত মাতিব পাৰে বুলি প্ৰশ্ন কৰিছে।

“সেনা মুৰব্বী বিপিন ৰাৱতে #CAAProtestsৰ বিৰুদ্ধে মাত মতাটো সম্পূৰ্ণৰূপে সাংবিধানিক গণতন্ত্ৰৰ বিৰোধী। আজি যদি সেনা মুৰব্বীক ৰাজনৈতিক বিষয়ত মাত মাতিবলৈ অনুমতি দিয়া হয়, ই কাইলৈ তেওঁক সেনাৰ কৰ্তৃত্ব গ্ৰহণৰ চেষ্টাৰ বাবেও অনুমতি দিব!!” কালাপ্পাৰ টুইট।

চি পি আই (এম) নেতা সীতাৰাম য়েচুৰিয়ে জেনেৰেল ৰাৱতৰ মন্তব্যক লৈ নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰিছে।

এ আই এম আই এম মুৰব্বী আছাছুদ্দিন অ’ৱেছিয়ে জেনেৰেল ৰাৱতৰ সমালোচনা কৰি কয় যে নেতৃত্ব হৈছে কাৰোবাৰ কাৰ্য্যালয়ৰ সীমাবদ্ধতা সম্পৰ্কে অৱগত হোৱাটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd