• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলনক বিভাজন কৰিবলৈ কৰা ষড়যন্ত্ৰক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

শিক্ষক আৰু কৰ্মচাৰীসকলৰ বাক স্বাধীনতা খৰ্ব কৰা উচ্চ শিক্ষা সঞ্চালকৰ জাননীখন প্ৰত্যাহাৰৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 9:05 pm
Assam: Gauhati University to collect all fees online

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA-বিৰোধী আন্দোলনক বিভাজন কৰিবলৈ শাসক দল আৰু ন্যস্তস্বাৰ্থজড়িত মহলে চলোৱা প্ৰচেষ্টাক সমালোচনা কৰি এই পক্ষবোৰক সতৰ্ক কৰি দিছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই।

৩০ ডিচেম্বৰত সংবাদ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিৰ জৰিয়তে সংস্থাই এনে বিভ্ৰান্তি আৰু বিভাজনমূলক প্ৰৰোচনাৰ পৰা আঁতৰি থাকি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আগুৱাই লৈ যাবৰ বাবে অসমৰ হিতাকাংক্ষী জনসাধাৰণক আহ্বান জনায়।

Apply Now

“গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাই গভীৰভাৱে বিশ্বাস কৰে যে এটা গণতান্ত্ৰিক জাতীয় আন্দোলনক বিপথে পৰিচালিত কৰিবৰ বাবে চলোৱা যিকোনো প্ৰচেষ্টাই অনাহুত পৰিস্থিতিৰহে সৃষ্টি কৰিব”, বিবৃতিটোৰ এটা অংশত কোৱা হয়।

বিবৃতিটোৰ জৰিয়তে সংস্থাই অসমৰ জাতীয় জাগৰণৰ প্ৰতি সন্মান জনাই তৎকালে নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰত্যাহাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে।

লগতে পঢ়ক প্ৰলোভনে কাম নিদিয়াত কণ্ঠ ৰুদ্ধ কৰাৰ পন্থা! চৰকাৰক সমালোচনা নকৰিবলৈ কৰ্মচাৰীক সকীয়নি উচ্চ শিক্ষা সঞ্চালকালয়ৰ

আনহাতে আজি উচ্চ শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলক চৰকাৰক সমালোচনাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি জাননী দিয়াক মত প্ৰকাশৰ স্বাধীনতাক খৰ্ব কৰাৰ চেষ্টা বুলি কোৱা হয়।

বিবৃতিটোত কোৱা হয় যে গণতান্ত্ৰিক দেশত বাক স্বাধীনতা সংবিধানপ্ৰদত্ত এটা স্বাধীনতা। যি সময়ত দেশৰ শিক্ষিত আৰু সচেতন মহলৰ ভূমিকা গুৰুত্বপূৰ্ণ, সেই সময়তে চৰকাৰে শিক্ষক আৰু কৰ্মচাৰীসকলৰ বাক স্বাধীনতা খৰ্ব কৰা কাৰ্য্যৰ বিৰোধিতা কৰে সংস্থাই। গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থতে এই জাননী প্ৰত্যাহাৰৰ দাবী তোলে শিক্ষক সংস্থাটোৱে।

চৰকাৰৰ কামকাজত বিস্ময় প্ৰকাশ কৰি বিবৃতিটোত কোৱা হয়, CAA-বিৰোধী আন্দোলনত ৫গৰাকী যুৱক চৰকাৰী হিংস্ৰতাৰ বলি হৈ মৃত্যুবৰণ কৰাৰ পিছত চৰকাৰে শান্তি সমদল উলিওৱাটো আশ্চৰ্য্যকৰ। এনে কাৰ্য্যক গণতান্ত্ৰিক নীতি আৰু নৈতিকতাৰ পৰিপন্থী আখ্যা দিয়ে শিক্ষক সমাজে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd