• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙত ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম মুগাসূতা কটা প্ৰকল্প স্থাপন

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 1, 2020 8:29 am
Sericulture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰটোৰ প্ৰাক ক্ষণত ৩১ ডিচেম্বৰত দৰং জিলাই লাভ কৰিছে ৰাজ্যৰ বৃহত্তম মুগাসূতা কটা প্ৰকল্প। ৩০ কোটি টকীয়া এই প্ৰকল্পটো স্থাপন কৰা হৈছে দৰঙত থকা চৰকাৰী ৰেচম পামৰ চৌহদত।

Intensive Bivoltine Sericulture Development Project (IBSDP)  নামৰ ৩০ কোটি টকীয়া এই প্ৰকল্পটো Under North East Region Textile Promotion Scheme (Assam)ৰ অধীনত গ্ৰহণ কৰা এটা প্ৰকল্প।

Apply Now

দৰং জিলা আৰু ওচৰ-পাঁজৰৰ ৰাইজক অৰ্থনৈতিকভাৱে উপকৃত কৰাৰ সম্ভাৱনা থকা এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে।

আধাৰশিলাৰ অনুষ্ঠানটোত বিধায়ক দাসে প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত গুণগত মান আৰু কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।

তেওঁ লগতে আশা কৰে যে সম্পূৰ্ণ হোৱাৰ পিছত প্ৰকল্পটোৱে অঞ্চলটোৰ বৃহৎ সংখ্যক বয়নশিল্পীক অৰ্থনৈতিকভাৱে উপকৃত কৰিব। তেওঁলোকে এতিয়া নুনিপলু বা পাটপলুৰ বাহৰ পৰা খুব কম খৰচত সূতা উৎপাদন কৰিব পাৰিব।

অনুষ্ঠানটোৰ আৰম্ভণিতে দৰঙৰ সহকাৰী ৰেচম সঞ্চালক যোগেশ চন্দ্ৰ তালুকদাৰে প্ৰস্তাৱিত প্ৰকল্পটোৰ এটা চমু আভাস আৰু জিলাখনত ৰেচম উৎপাদনৰ এখন ছবি দাঙি ধৰে।

জিলাখনৰ উপায়ুক্ত ঘনশ্যাম দাস, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া, মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া আদি বিশিষ্ট লোকসকল উপস্থিত থাকে।

উল্লেখ কৰিব পাৰি যে অসমত ৰেচম উদ্যোগৰ যথেষ্ট সম্ভাৱনা থকা সত্ত্বেও উপযুক্ত আধুনিক আহিলাৰ ব্যৱহাৰ নথকা বাবে পৰম্পৰাগত পদ্ধতিৰে ৰেচম পালকসকলে সূতা উৎপাদন কৰি আহিছে। মাত্ৰ দুই-এখন জিলাতহে বহুমুখী ৰিলিং মেচিনৰ ব্যৱহাৰ কৰা হয়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd