• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰক CAA বিধিক লৈ পৰামৰ্শ দিছে অসম চৰকাৰে, ৰাইজ শংকিত হ’ব নালাগে

নতুন বছৰৰ পহিলা দিনাই গুৱাহাটীত সাংবাদিকৰ সৈতে মত বিনিময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2020 5:51 pm
Sarbananda_Sonowal Assam submitted recommendation to Centre on framing CAA rules: Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিধি সন্দৰ্ভত কেন্দ্ৰক অসম চৰকাৰে পৰামৰ্শ দাখিল কৰিছে, প্ৰতিবাদৰ মাজতে নতুন বছৰৰ প্ৰথম দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা।

গুৱাহাটীস্থিত সাংবাদিকসকলৰ সৈতে হোৱা এক কথা-বাৰ্তাত সোণোৱালে এই আশ্বাস দি পুনৰ দোহাৰে যে কা-ক লৈ অসমবাসী শংকিত হোৱাৰ কাৰণ নাই।

Apply Now

ভাৰতীয় সংসদে পাছ কৰা আইনখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে যদিও এতিয়াও ইয়াৰ বিধিসমূহ নিৰ্ধাৰণ কৰা হোৱা নাই।

“কা-ক লৈ শংকিত হোৱাৰ কাৰণ নাই। কা এক ৰাষ্ট্ৰীয় আইন। আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ,” সোণোৱালে কয়।

কেন্দ্ৰক কা-ৰ বিধি সন্দৰ্ভত ৰাজ্য চৰকাৰে কি কি পৰামৰ্শ প্ৰদান কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে তেওঁৰ চৰকাৰেহে “নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে” বুলি দাবী কৰি সোণোৱালে সাংবিধানিক ৰক্ষাকৱচৰ প্ৰসংগ উল্লেখ কৰে।

“অসমৰ আগৰ কোনো চৰকাৰেই খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বিষয়টো গ্ৰহণ কৰা নাই,” সোণোৱালে কয়।

“অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ আমাৰ চৰকাৰে ইতিমধ্যে এক সমিতি গঠন কৰিছে। আমি তেওঁলোকৰ প্ৰতিবেদনৰ অপেক্ষাত আছো।”

নিজকে “ভূমিপুত্ৰ” বুলি দাবী কৰি সোণোৱালে কয় যে আইনখনক লৈ কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে গুজৱ বিয়পাইছে।

“কা-ক লৈ থলুৱা লোকক শংকিত কৰিবলৈ গুজৱ আৰু অনুপ্ৰৱেশকাৰীৰ কিছু ভুৱা সংখ্যাৰ প্ৰচাৰ চলাই থকা হৈছে,” তেওঁ কয়।

পূৰ্বৰ আঞ্চলিক ৰাজনীতি এৰি বিজেপিত যোগ দিয়া সন্দৰ্ভত তেওঁক কৰি অহা সমালোচনাৰ প্ৰত্যুত্তৰত সোণোৱালে কয় যে এতিয়াও তেওঁৰ “আঞ্চলিক আৱেগ” আছে।

“মই মোৰ আঞ্চলিক আৱেগক বলি নিদিওঁ। যদিও শেহতীয়াকৈ একাংশ মানুহে আমাক বিশ্বাসঘাতকৰূপে অংকিত কৰিছে,” তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd