• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিলাম হ’ব ভাৰত-বাংলা সীমান্তত জব্দ ১৬ কোটি টকাৰ গৰু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2020 7:33 pm
cattle Seized cattle to go back to Customs Dept for auction: BSF IG

প্ৰতীকী ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি এছ এফে মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰা গৰুসমূহ নিলামৰ বাবে শুল্ক বিভাগলৈ পঠোৱা হ’ব।

কিন্তু, সমস্যা হৈছে বি এছ এফে ইতিপূৰ্বে তেওঁলোকৰ “মূৰ কামোৰণি” হোৱা বুলি কোৱা জব্দ গৰুসমূহ নিলামৰ বাবে শুল্ক বিভাগৰো কৰ্তৃত্ব নাছিল।

Apply Now

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ২০১৭ চনৰ এক নিৰ্দেশমতে পশুধন বিক্ৰী Prevention of Cruelty to Animals (PCA) rules, 2017ৰ নিয়মৰ অধীনত সম্পন্ন হ’ব লাগে।

কিন্তু, পি চি এ বিধিৰ অধীনত শুল্ক বিষয়াসকল এই কামৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত নহয়।

বি এছ এফৰ জোৱানসকলে মেঘালয়ৰ সীমা চকীসমূহত এতিয়া প্ৰায় ১১০০ জব্দ গৰুৰ যতন লৈ আছে, যিটো তেওঁলোকৰ বাবে অসুবিধাজনক।

বি এছ এফ মেঘালয় ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক কুলদীপ সাইনীয়ে জনোৱামতে, দেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ক এই বিষয়ে অৱগত কৰাৰ পিছত শেহতীয়াকৈ সমস্যাটো সমাধানৰ দিশলৈ আগবাঢ়িছে।

“জব্দ গৰুসমূহক শুল্ক বিভাগলৈ নিলামৰ বাবে পঠিওৱা হ’ব। এই সন্দৰ্ভত কোনো জাননী জাৰি কৰা হোৱা নাই যদিও বৈঠকৰ কাৰ্য্যবিৱৰণীৰ ৰূপত আমি ইয়াক লাভ কৰিছো,” সাইনীয়ে কয়।

পূৰ্বেও বাহিনীটোৱে জব্দ গৰুৰ নিলামৰ ক্ষেত্ৰত বিধি সংশোধনৰ অনুৰোধ জনাইছিল।

বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিব খোজা মুঠ ১৬ কোটি টকাৰ গৰু বি এছ এফে মেঘালয়ত ২০১৯ বৰ্ষত জব্দ কৰিছিল।

উদ্ধাৰ হোৱা ১০০০ গৰু সীমান্তৰ চকীসমূহতে মৃত্যুমুখত পৰিছে। বাহিনীটোৰমতে, মৃত গৰুসমূহ হয় ৰুগীয়া নহয় ট্ৰাকত চোৰাংকৈ আনোতে আঘাতপ্ৰাপ্ত আছিল।

গৰুৰ লগতে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তটোত যোৱা বছৰত মুঠ ৩৬ কোটি টকাৰ সামগ্ৰী জব্দ আৰু ১৭৬গৰাকী লোকক আটক কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd