• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বছৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ ৭৩ খন আসনৰ নিৰ্বাচন; বিজেপিৰ নিমিলা অংক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 9:11 am
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433-1140x570

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত চলিত বছৰৰ শেষলৈকে ৬৯জন সদস্যৰ কাৰ্যকালৰ অন্ত পৰিব। কাৰ্যকাল অন্ত পৰিবলগীয়াসকলৰ মাজত ১৮জন সদস্য বিজেপিৰ আৰু ১৭জন হৈছে কংগ্ৰেছৰ।

আনহাতে, চাৰিখন আসন ইতিমধ্যে খালী হৈ আছে। চলিত বছৰত মুঠ ৭৩খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু এইক্ষেত্ৰত বিজেপিৰ স্থিতি কি?

Apply Now

চলিত বছৰত অকল উত্তৰ প্ৰদেশতে ১০খন আসন খালী হ’ব। ৰাজ্যখনত বৰ্তমান বিজেপি চৰকাৰ থকাত ইয়াৰে অধিক সংখ্যক আসনে বিজেপিয়ে লাভ কৰিব।

আনহাতে, বিজেপিৰ বাবে স্থিতি বৰ উৎসাহজনক নহয়। সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ ৰাজ্যভাৰ নিৰ্বাচনতো পৰিব।

ৰাজ্যসমূহত সংখ্যাৰ শক্তি এইবাৰ বিজেপিৰ বিপক্ষে গৈছে। সংখ্যাৰ দিশৰ পৰা বিজেপিয়ে এইবাৰ সদস্য সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম নহ’ব আৰু ৰাজ্যসভাত সংখ্যা গৰিষ্ঠতা লাভত ব্যৰ্থ হ’ব।

ইপিনে, ৰাজ্যসভাত কংগ্ৰেছৰ স্থিতি উন্নত হ’ব কিয়নো দলটোৰ আৰু দলটোৰ সহযোগী দলৰ সদস্য সংখ্যা এইবাৰ বৃদ্ধি পাব।

২০১৮ আৰু ২০১৯ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কেইখনমান ৰাজ্যত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনত পৰিব।

আনহাতে, ২৪৫ জনীয়া সদস্যৰ ৰাজ্যসভাত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ স্থিতি উন্নত হ’ব।

বৰ্তমান বিজেপিৰ ৰাজ্যসভাত ৮৩জন আৰু কংগ্ৰেছৰ ৪৬জন সদস্য আছে। সমীকৰণ অনুসৰি ৰাজ্যসভাত বিজেপিৰ সংখ্যা ৮৩ৰ আশে-পাশেই থাকিব আৰু ৰাজ্যসভাত তেওঁলোকৰ সংখ্যা গৰিষ্ঠতাৰ সপোন এইবাৰ পূৰ্ণ হোৱাৰ আশা নাই।

ৰাজ্যসভাত মুঠ সদস্য সংখ্যা ২৫০গৰাকী যদিও ইয়াৰে ১২জন সদস্যক দেশৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। বাকী ২৩৮ গৰাকী ৰাজ্যসমূহৰ পৰা নিৰ্বাচিত হৈ আহে।

ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচন বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলে কৰে। সদনত প্ৰতিখন ৰাজ্যৰ সদস্য সংখ্যা কিমান হ’ব সেয়া ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd