• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA-ৰ প্ৰভাৱ? পাকিস্তানত আততায়ীৰ গুলীত নিহত শিখ যুৱক; দুদিন পূৰ্বে হৈছিল গুৰুদ্বাৰত আক্ৰমণ

CAA-ই পাকিস্তান, বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰাৰ শংকা সঁচা হোৱাৰ পথত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 8:42 pm
Ravinder Singh

অচিনাক্ত আততায়ীৰ গুলীন নিহত ৰৱিন্দৰ সিং। ফটোৰ উৎস : টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰৱিন্দৰ সিং নামৰ এজন ২৫ বছৰীয়া শিখ যুৱকক পাকিস্তানত আজি অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰে। পেছৱাৰৰ ছামকানি আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলত পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহটো পোৱা যায়।

প্ৰায় ৪০০ উন্মত্ত মুছলিম লোকে নানকানত থকা এটা গুৰুদ্বাৰত আক্ৰমণ কৰাৰ দুদিন পিছতে ঘটা ঘটনাটোৱে দেশখনত থকা ধৰ্মীয় সংখ্যালঘুসকলৰ জীৱনৰ শংকা গভীৰ কৰি তুলিছে।

Apply Now

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰৱিন্দৰ মালয়েছিয়াত থাকে আৰু তাৰ পৰা অলপতে ঘৰলৈ আহিছিল আৰু ঘটনাটোৰ সময়ত তেওঁ নিজৰ বিয়াৰ বাবে পেছোৱাৰত বজাৰ কৰিবলৈ গৈছিল। তেওঁৰ ককায়েক এজন নিউজ এংকৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এতিয়ালৈকে হত্যাকাৰীক ধৰিব পৰা নাই।

ভাৰতে এই ঘটনাৰ গৰিহণা দিছে আৰু আজি পাকিস্তান চৰকাৰক যোগাযোগ কৰি অপৰাধীক ধৰি শাস্তি দিয়াৰ দাবী জনাইছে।

“ভাৰতে পাকিস্তান চৰকাৰৰ সৈতে যোগাযোগ কৰিছে আৰু অজুহাত দেখুওৱাৰ পৰা বিৰত থাকিবলৈ আৰু এই কাৰ্য্যত জড়িতসকলক ধৰিবৰ বাবে আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে তৎক্ষণাত কাৰ্য্য ব্যৱস্থা ল’বলৈ দাবী জনাইছে”, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্ধৃতি ইণ্ডিয়া টুডেত।

আনহাতে মাত্ৰ দুদিনৰ অগা-পিছাকৈ ঘটা এই দুয়োটা ঘটনা ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন বুলি আখ্যা দিছে একাংশই।

CAA বা নাগৰিকত্ব (সংশোধন) আইনে পাকিস্তান, বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব বুলি বিভিন্ন মহলে মত আগ বঢ়াই আহিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ দিনটোতে বাংলাদেশৰ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদে এখন সংবাদমেল দি কৈছিল যে এই বিধেয়ক/আইনখনে দেশখনত সংখ্যালঘুসকলৰ ওপৰত উৎপীড়ন চলাই তেওঁলোকক দেশত্যাগ কৰাবলৈ বিচৰা ইছলামিক মৌলবাদীসকলক উৎসাহিত কৰিব।

এইবোৰ ঘটনাৰ প্ৰতি শূন্য সহনশীলতা দেখুওৱা হ’ব : ইমৰান খান

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে এই দুয়োটা ঘটনাক গৰিহণা দিছে আৰু কৈছে যে ই তেওঁৰ দৃষ্টিকোণৰ সম্পূৰ্ণ বিপৰীত আৰু ইয়াৰ প্ৰতি “শূন্য সহনশীলতা” প্ৰদৰ্শন কৰা হ’ব।

খানে ভাৰতত মুছলমানসকলৰ লগতে অন্যান্য সংখ্যালঘুসকলৰ ওপৰত চলি থকা নিৰ্য্যাতনৰো গৰিহণা দিয়ে। তেওঁ কয়, “নৰেন্দ্ৰ মোদীৰ মতলব হ’ল সংখ্যালঘুৰ ওপৰত চলা উৎপীড়নক সমৰ্থন আগ বঢ়াই যোৱা।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd