• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সকলো স্পীড ব্ৰে’কাৰ আঁতৰাওক, নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 6:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যান-বাহনৰ অসুবিধাহীন গতিৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা সকলো স্পীড ব্ৰে’কাৰ আঁতৰ কৰিবলৈ এটা পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে।

পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথবোৰ কোনো বাধা নোপোৱাকৈ উচ্চ গতিবেগত যান-বাহন চলাৰ বাবে নিৰ্মাণ কৰা হৈছে।

Apply Now

“ট’ল প্লাজাবোৰত ফাষ্টেগ (FASTag)ৰ কাৰ্য্যকৰীকৰণ আৰু নগদ ধনৰ ট’ল লেনবোৰক ফাষ্টেগ লেনলৈ সলনি কৰাৰ লগে লগে স্পীড ব্ৰে’কাৰবোৰ/ট’ল প্লাজাত থকা ৰাম্বল ষ্ট্ৰীপবোৰ তৎকালে কাৰ্য্যকৰী হোৱাকৈ আঁতৰাই দিয়া হৈছে, যাতে যান-বাহনবোৰৰ মসৃণ গতি সম্ভৱ হয়”, মন্ত্ৰ্যালয়টোৱে কয়।

লগতে কোৱা হয়, স্পীড ব্ৰে’কাৰবোৰে বিলম্বৰ সৃষ্টি কৰে আৰু গাড়ীৰ ভিতৰত থকাসকলৰ বাবে প্ৰচুৰ অস্বস্তিৰ সৃষ্টি কৰে, গাড়ীৰ ক্ষতি কৰে আৰু অধিক ইন্ধনৰ খৰচ কৰে।

“এই পদক্ষেপে সময়, অৰ্থ বচাব আৰু লগতে গাড়ীবোৰক মসৃণ গতি দিব, বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা এম্বুলেন্স, বয়সীয়া আৰু অসুস্থ লোকসকলক”, মন্ত্ৰ্যালয়টোৰ ভাষ্য।

কেন্দ্ৰই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ট’ল প্লাজাবোৰৰ সকলো লেন ডিচেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত “ফাষ্টেগ লেন” হিচাপে ঘোষণা কৰাটো বাধ্যতামূলক কৰিছিল, যিটো সময়সীমা পিছত আৰু ১৫ দিন বৃদ্ধি কৰিছিল।

“ইলেকট্ৰনিক ট’ল সংগ্ৰহৰ ইতিবাচক ফলবোৰ ট’ল প্লাজাৰে অহা-যোৱা কৰা নিত্যযাত্ৰীসকলে উপলব্ধি কৰিব পাৰিছে। স্পীড ব্ৰে’কাৰ নথকা ৰাষ্ট্ৰীয় ঘাইপথ হ’ল নিৰাপদ, মসৃণ আৰু বাধাহীন যাত্ৰাৰ বাবে আন এটা সংকল্প”, মন্ত্ৰ্যালয়টোৱে কয়।

ফাষ্টেগ কাৰ্য্যকৰী কৰা তাৰিখৰ পৰা ট’ল প্লাজাত গাড়ীৰ অপেক্ষা কাল প্ৰায় ২ মিনিট হ্ৰাস পায় বুলি জানিব পৰা গৈছে।

চেণ্ট্ৰেল ট’ল প্লাজা যান-বাহন নিৰীক্ষণ প্ৰণালী (ট্ৰেফিক মনিটৰিং ছিষ্টেম)ৰ তথ্য অনুসৰি, দৈনিক গড় হিচাপত প্ৰায় ৬ নিযুত যান-বাহনে ট’ল বুথবোৰ অতিক্ৰম কৰে। প্ৰণালীটোৱে দেখুওৱা তথ্য মতে, ট’ল প্লাজাবোৰত হোৱা ইন্ধনৰ অপচয়ৰ বাবে বছৰি ১২,০০০ কোটি টকাতকৈ অধিক লোকচান হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd