• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলাে ইণ্ডিয়া য়ুথ গেইমছ সফল কৰিবলৈ স্বেচ্ছাসেৱক সকলক আহ্বান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2020 7:52 am
DSC_3690
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্রী সর্বানন্দ সােণােৱালে আজি সৰুসজাই ক্রীড়া প্রকল্পত অহা ১০ জানুৱাৰীৰ পৰা ১৩ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক খেলাে ইণ্ডিয়া য়ুথ গেমছ ২০২০ ৰ বাবে নিয়োজিত স্বেচ্ছাসেৱক সকলক সাক্ষাৎ কৰে।

স্বেচ্ছাসেৱক সন্মিলনত অধ্যক্ষতা কৰি সোণোৱালে ভাষণত এই প্রতিযােগিতাখন সর্বতাে প্ৰকাৰে সফল কৰাৰ দিশত স্বেচ্ছাসেৱক সকলক তেওঁলােকৰ দায়িত্ব আৰু কর্তব্য নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে আহ্বান জনায়।

Apply Now

ভাষণ প্রসংগত মুখ্য মন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰাইজৰ সহযােগত মিলিত প্রচেষ্টাৰে এই বৃহৎ ক্রীড়া প্রতিযােগিতাখন আয়ােজন কৰিছে। সেয়েহে এই ক্রীড়া প্রতিযােগিতাখন সফল ৰূপ দিবৰ বাবে গৃহস্থ হিচাপে অসমে এক বিৰল সুযােগ লাভ কৰিছে।

ইয়ালৈ অহা প্ৰতিগৰাকী খেলুৱৈ তথা কর্মকর্তাই নিজৰ গৃহত থকা বুলি যাতে এক অনুভৱ কৰিব পাৰে তাৰ বাবে স্বেচ্ছাসেৱক সকলে আপ্রাণ প্রচেষ্টা কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে এই ক্ৰীড়াৰ জৰিয়তে অসমৰ সন্মান বৃদ্ধি হ’ব। আনহাতে এই ক্ৰীড়াৰ জৰিয়তে যাতে অসমৰ নৈসর্গিক সৌন্দর্য, ইয়াৰ কৃষ্টি-সংস্কৃতি, নদ-নদী, পাহাৰ ভৈয়াম, বর্ণিল ইতিহাসৰ বিষয়ে সকলােৱে জানিব পাৰে তাৰ বাবে স্বেচ্ছাসেৱক সকলক পদক্ষেপ ল’বলৈও আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে তেৰ দিনলৈ চলিবলগীয়া এই খেলাে ইণ্ডিয়া য়ুথ গেমছত নিয়ােজিত স্বেচ্ছাসেৱক সকলে ইয়াৰ জৰিয়তে তেওঁলােকৰ আত্মবিশ্বাস আৰু ব্যক্তিত্ব বিকাশৰ দিশত সুযােগ লাভ কৰিব পাৰিব বুলিও কয়।

সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ‘এই পৃথিবী এক ক্রীড়াংগণ, ক্রীড়া হ’ল শান্তিৰ প্রাংগণ’ গীতৰ উদ্ধৃতি দাঙি ধৰি মুখ্য মন্ত্ৰীয়ে কয় যে ক্ৰীড়াৰ জৰিয়তে শান্তি আৰু ভাতৃত্ববােধৰ এক বলিষ্ঠ বাতাবৰণৰ সৃষ্টি হয়। খেলাে ইণ্ডিয়া ক্রীড়া প্রতিযােগিতাৰ জৰিয়তে ‘এক ভাৰত শ্রেষ্ঠ ভাৰতৰ লক্ষ্যও শক্তিশালী ৰূপত প্রতিপন্ন হ’ব বুলি মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে।

ভাষণৰ মাজতে মুখ্য মন্ত্ৰীয়ে এই ক্ৰীড়াৰ বাবে বাছনি কৰা প্রায় ১ হাজাৰ স্বেচ্ছাসেৱকৰ প্ৰতিনিধিক নিজৰ অনুভৱ ব্যক্ত কৰাৰ বাবে সুযােগ প্রদান কৰি তেওঁলােকক যথেষ্ট উৎসাহিত কৰে।

তৃতীয় সংখ্যক খেলাে ইণ্ডিয়া য়ুথ গেমছ- ২০২০ ৰ যুটীয়া কাৰ্যবাহী বিষয়া ড° এম অংগমুথুৱে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যিক পর্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, খেলাে ইণ্ডিয়া য়ুথ গেমছৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যােশীৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd