• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ ঘটনাত মধ্য প্ৰদেশক চেৰ পেলাই অসম দেশৰ শীৰ্ষত; মহিলাৰ বাবে আটাইতকৈ বিপজ্জনক ৰাজ্য?

ধৰ্ষণৰ ঘটনাত দেশৰ ভিতৰতে শীৰ্ষত থকা চাৰিখন ৰাজ্যই বিজেপি শাসিত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2020 6:54 pm
Assam-Deadliast-place-in-India-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ বাবে লজ্জাজনক এটা প্ৰতিবেদনত পোহৰলৈ আহিছে যে ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত বিজেপি শাসিত অসমে মধ্য প্ৰদেশক পিছ পেলাই দেশৰ ভিতৰতে শীৰ্ষত ৰৈছে।

Apply Now

ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে ৮ জানুৱাৰিত প্ৰকাশ কৰা ২০১৮ বৰ্ষৰ প্ৰতিবেদনত অসমৰ এই লজ্জাজনক দিশটো প্ৰতিফলিত হৈছে।

বছৰটোত ধৰ্ষণৰ ঘটনা অসমত সৰ্বাধিক ৬৬টা, মধ্য প্ৰদেশত দ্বিতীয় সৰ্বাধিক ৪৬টা, উত্তৰ প্ৰদেশত ৪১টা আৰু হাৰিয়ানা ২৬টা বুলি জানিব পৰা গৈছে। দ্বিতীয় স্থানৰ মধ্য প্ৰদেশ ২০১৮ বৰ্ষটোত বিজেপিৰ শাসনত আছিল। গতিকে ধৰ্ষণৰ ক্ষেত্ৰত বছৰটোত শীৰ্ষত থকা চাৰিখন ৰাজ্যই বিজেপি শাসিত।

২০১৭ চনত ধৰ্ষণৰ ঘটনাত শীৰ্ষত আছিল যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশ আৰু দ্বিতীয় স্থানত আছিল অসম। অসমত ২০১৭ চনত আছিল ধৰ্ষণৰ ঘটনা ২৭টা। অৰ্থাৎ প্ৰায় আঢ়ৈগুণ বৃদ্ধি পাইছে। বছৰটোত শীৰ্ষত থকা উত্তৰ প্ৰদেশত হৈছিল ৬৪টা ঘটনা। অৰ্থাৎ ২০১৮ চনত আগৰ বছৰৰ সৰ্বাধিক সংখ্যাকো চেৰ পেলালে অসমে।

ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনটোত দেখুওৱা হৈছে যে বছৰটোত আগৰ বছৰৰ তুলনাত ধৰ্ষণ আৰু হত্যাৰ ঘটনা প্ৰায় ৩১ শতাংশ বৃদ্ধি পাইছে।

ধৰ্ষণৰ ঘটনাৰ লগতে অসম মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ক্ষেত্ৰতো শীৰ্ষত আছে। ২০১৮ বৰ্ষটোত অসমতে সৰ্বাধিক এনে ঘটনা পঞ্জীয়ন হৈছে। মুঠ পঞ্জীয়নকৃত ঘটনা ২৯৫টা।

বছৰটোত এনে ঘটনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ থকা দুয়োখন ৰাজ্যই দেশৰ প্ৰথম দুটা স্থান দখল কৰে। দ্বিতীয় স্থানত আছে ওড়িষা।

অসমৰ চাইবাৰ অপৰাধবোৰৰ বেছিভাগেই যৌন আতিশয্য বিষয়ক, প্ৰতিবেদনটোত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd