• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত “নিষিদ্ধ” কৰা বুলি ওলোৱা বাতৰিৰ ফেইচবুক যোগে প্ৰতিক্ৰিয়া প্ৰিয়ংকা ভৰালীৰ

by
January 10, 2020 9:35 pm
Priyanka Bharali main
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA-ৰ বিৰোধিতা নকৰা বাবে বিহু মঞ্চত প্ৰিয়ংকা ভৰালীক নিষিদ্ধ কৰা হৈছে বুলি ওলোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়িকাগৰাকীয়ে।

আজি নিজৰ ফেইচবুক টাইমলাইনত দিয়া এটা স্পষ্টীকৰণৰ জৰিয়তে গায়িকাগৰাকীয়ে “বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সবল” বুলি উল্লেখ কৰে।

Apply Now

তেওঁক ডিব্ৰুগড়ত নিষিদ্ধ কৰা হৈছে বুলি কিছুমান ডিজিটেল প্লেটফৰ্মত ওলোৱা বাতৰিটো প্ৰসংগ টানি গায়িকাগৰাকীৰ দাবী যে তেওঁক কোনোবাই ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে।

গায়িকাগৰাকীৰ সম্পূৰ্ণ স্পষ্টীকৰণটো তলত হুবহু তুলি দিয়া হ’ল-

“এক বিশেষ কাৰণত মই আজি এইখিনি কথা লিখিব লগা হ’ল৷ যোৱাকালিৰে পৰা কিছুমান ডিজিটেল প্লেটফৰ্মত মোৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে আৰু বহুকেইগৰাকী শিল্পীৰ লগতে ডিব্ৰুগড়ত প্ৰিয়ংকা ভড়ালীক নিষিদ্ধ কৰা হৈছে৷ প্ৰথমেই মই এই কথা স্পষ্ট কৰি দিব বিছাৰিছো যে বিহুৰ অনুষ্ঠানত মোক নামাতিব তাৰ বাবে মোৰ এই স্পষ্টিকৰণ নহয়৷ কাৰণ অসমৰ ৰাইজে জানে যে বিগত কিছু সময়ৰ পৰা মই বহু কম অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছো৷ গতিকে বিহুত অনুষ্ঠান পৰিৱেশন কৰা নকৰাটো জাতিৰ সংকটৰ সময়ত এক গৌন বিষয়৷ এতিয়া আহো মূল কথালৈ ডিব্ৰুগড়ত যিসকল লোকে মোক নিষিদ্ধ কৰিছে তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰিয়ংকা ভড়ালীৰ কোনো কণ্ঠ নাই৷ কিন্তু তেওঁলোকে হয়তো নাজানে যে জাতিধ্বংসী এই আইনক মই প্ৰথম দিনাৰে পৰা তীব্ৰ বিৰোধীতা কৰি আহিছো৷ ইয়াৰ উপৰিও লতাশিল খেলপথাৰ, চান্দমাৰী খেলপথাৰত যিসমূহ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে তাত মই অংশগ্ৰহন কৰিছিলো আৰু গীতৰ জড়িয়তে মই মোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলো৷ ব্যক্তিগত অসুবিধাৰ বাবে সকলো অঞ্চলতে গৈ প্ৰতিবাদ সাব্যস্ত কৰাটো সম্ভৱ নহয় যদিও এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে মোৰ স্থিতি এতিয়াও সৱল৷ হয়তো কোনোবাই ব্যক্তিগতভাৱে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে কিন্তু সেয়া যিয়েই নহওঁক কিয় তেনে অপশক্তিয়ে মোক বিচলিত কৰিব নোৱাৰে৷ কাৰন মই ৰাইজৰ পক্ষত আছো আৰু সদায়েই থাকিম আৰু ৰাইজৰ মৰমে তেনেবোৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মোক যুঁজ দি যোৱাত সহায় কৰিব৷ যিসকল লোকে মোক আক্ৰমনৰ লক্ষ কৰি লৈছে তেওঁলোকে এটা কথা মনত ৰাখিব যে মোৰ এই প্ৰতিবাদ প্ৰচাৰৰ বাবে বা আপোনালোকক দেখুৱাবৰ বাবে নহয় মোৰ প্ৰতিবাদ মোৰ কণ্ঠ জাতিৰ বাবে৷”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd