• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকক ভূমি দিবলৈ চৰকাৰে চিলিং উদ্বৃত্ত ভূমি জৰীপৰ পদক্ষেপ লৈছে : মুখ্য মন্ত্ৰী

অসম চাহ মজদুৰ সংঘৰ সৈতে বৈঠক মুখ্য মন্ত্ৰীৰ; উপস্থিত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2020 8:39 am
অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিৰ সৈতে বৈঠক মুখ্য মন্ত্ৰীৰ। ১১ জানুৱাৰিত।

অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিৰ সৈতে বৈঠক মুখ্য মন্ত্ৰীৰ। ১১ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিৰ সৈতে ১১ জানুৱাৰিত অনুষ্ঠিত এখন বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছে যে অসম চৰকাৰে চাহ বাগিচাবোৰত চিলিং উদ্বৃত্ত ভূমি জৰীপৰ বাবে পদক্ষেপ লৈছে। জৰীপ চলোৱাৰ পিছত চিলিং উদ্বৃত্ত ভূমি চাহ শ্ৰমিকসকলক দিয়া হ’ব।

চৰকাৰে প্ৰেৰণ কৰা এটা বিবৃতিত কোৱা হৈছে যে চাহ শ্ৰমিকসকলৰ বাবে লোৱা বিভিন্ন আঁচনিবোৰৰ ৰূপায়ণ সম্পৰ্কে বুজ ল’বৰ বাবে ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগ আৰু চাহ জনজাতি কল্যাণ বিভাগে অসম শ্ৰমিক ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত এই বৈঠক অনুষ্ঠিত কৰিছিল আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকলকো তালৈ মতা হৈছিল।

Apply Now

ৰাজ্য চৰকাৰখনে চাহ শ্ৰমিকসকলৰ বাবে লোৱা শৈক্ষিক, স্বাস্থ্যকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনিবোৰ সম্পৰ্কত যাতে উপযুক্ত সজাগতাৰ সৃষ্টি কৰিব পাৰি, তাৰ বাবেই অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ কৰা হৈছে বুলি বিবৃতিটোত কোৱা হয়।

বৈঠকত সোণোৱালে এচাম দুষ্ট লোকে চাহ শ্ৰমিকসকলৰ বাবে লোৱা আঁচনিবোৰৰ বিভিন্ন দিশ সম্পৰ্কে অপপ্ৰচাৰ চলাই আছে বুলিও বৈঠকত অভিযোগ কৰে। তেওঁ এই অপপ্ৰচাৰৰ প্ৰতি চোকা দৃষ্টি ৰাখি চৰকাৰী পদক্ষেপবোৰলৈ সহযোগিতা আগ বঢ়াবলৈ চাহ মজদুৰ সংঘক আহ্বান জনায়।

বৈঠকত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰো উপস্থিত থাকে আৰু তেওঁ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে চিন্তা কৰা বাবে মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ দিয়ে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰতিখন আঁচনিৰ সুফল যাতে লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীসকলে লাভ কৰিব পাৰে তাৰ বাবে উপযুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপত তেওঁলোক আন্তৰিকতাৰে সহযোগিতা আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰাক্তন সাংসদজনে।

বৈঠকত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, লোকসভাৰ সাংসদ পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও আৰু কেইবাজনো বিধায়ক উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd