• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত অসম ভাওনা সমাৰোহৰ ব্যাপক প্ৰস্তুতি; প্ৰদৰ্শিত হ’ব মুঠ ২৮খন ভাওনা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 12, 2020 3:48 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা অসম ভাওনা সমাৰোহ এইবাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ১৯ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া সমাৰোহ খনিত প্ৰদৰ্শিত হ’ব মুঠ ২৮খন ভাওনা।

আজি উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত সমাৰোহৰ কাৰ্যসূচী উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডo পীতাম্বৰ দেৱগোস্বামীয়ে।

Apply Now

সমাৰোহৰ প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, অভিনেতা যতীন বৰা প্ৰমূখ্যে বহু কেইজন শিল্পী, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী  আৰু সত্ৰাধিকাৰে। শেষৰ দিনা “ভাওনা ৰত্ন”, “ভাওনা মহিয়ান” আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০গৰাকী সাহিত্য, সংস্কৃতি, কলা সাধকক সম্বৰ্ধনা জনোৱা হ’ব।

সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰী পুৱা ৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি পীতাম্বৰ দেৱগোস্বামীয়ে। ৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ। ১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

ভোজনালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ হেমহৰি পেগুৱে । ১০-৩০ বজাত গ্ৰন্থমেলা উন্মোচন কৰিব চিকিৎসক ডাঃ অখিল হাজৰিকাই। ১১ বজাত দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশব দাস।

নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । স্মাৰক গ্ৰন্থ উন্মোচন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথে। সভাত অসমৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিবেশ কৰিব “ৰাম বিজয়” নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে। সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন কৰিব গায়ক অংগৰাগ মহন্তই ।

প্ৰথম দৰ্শনীৰ ভাওনা মাজুলীৰ বাঘৰ গাঁও শংকৰ জ্যোতি শিল্পী সমাজৰ- দধিচী মুনিৰ অস্থিদান, বৃত্ৰাসুৰ বধ। ২য় দৰ্শনীৰ ভাওনা উত্তৰ গুৱাহাটীৰ বিহলঙনী বৰনামঘৰৰ- তুলসী উদ্ধাৰ, শংখচূড় বধ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd