• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা দি পিছত শুধৰালে ৰাষ্ট্ৰপতি ক’বিন্দে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2020 12:31 pm
President India tweet

ইতিমধ্যে আঁতৰাই দিয়া পোষ্টটোৰ স্ক্ৰীনশ্বট।

3k
VIEWS
Share on FacebookShare on Twitter

আজি টুইটাৰযোগে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা দিবলৈ গৈ উজুটি খালে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ। ভুলতে ৰাষ্ট্ৰপতিজনে অসমবাসীক ব’হাগ বিহুৰ দৰে শুভেচ্ছা যাচে।

অৱশ্যে ভুলটো ধৰা পৰাত তৎক্ষণাত সেই পোষ্ট আঁতৰাই দিয়ে ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে আৰু পুনৰ ১১.৩৩ বজাত শুধৰণিসহ “ভোগালীৰ শুভেচ্ছা” বুলি পোষ্ট কৰে। পূৰ্বৰ পোষ্টটো দিনৰ ১০ বজাত কৰিছিল।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে টুইটাৰৰ পৰা পোষ্টটো আঁতৰাই দিলেও তাৰ স্ক্ৰীনশ্বট ৰাখে বহুকেইজন য়ুজাৰে, যিবোৰ এতিয়া ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে।

ভোগালী বিহু উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সমূহ অসমীয়ালৈ আন্তৰিক ওলগ জনালোঁ। মেজিৰ জুইৰ উত্তাপে সমাজৰপৰা নাশ কৰক সকলো অসূয়া-অমংগল। এই উৎসৱে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। – ৰাষ্ট্ৰপতি কোৱিন্দ

— President of India (@rashtrapatibhvn) January 15, 2020

উল্লেখ কৰিব পাৰি যে অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামীয়ে অলপতে এটা বিজ্ঞাপনৰ ভিডিঅ’ত অসমবাসীক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যচাৰ ভুল কৰিছিল। পিছত অভিনেত্ৰীগৰাকীয়ে ক্ষমা খোজে আৰু শুধৰণিৰ সৈতে ভিডিঅ’টো আপল’ড কৰে।

আনহাতে প্ৰধান মন্ত্ৰী মোদীয়েও আজি টুইটাৰযোগে অসমবাসীক ভোগালীৰ শুভেচ্ছা যাচে। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে এটা টুইট কৰি শুভেচ্ছা আৰু ওলগ যাচে অসমৰ ৰাইজক।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd