• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা সাতামপুৰুষীয়া বিনিময় প্ৰথাৰে উজ্জীৱিত বুৰঞ্জী প্ৰসিদ্ধ জোনবিল মেলা আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 4:38 pm
main gate

জোনবিল মেলাৰ মূল তোৰম

505
VIEWS
Share on FacebookShare on Twitter

আজি আবেলিৰ পৰা উলহ-মালহেৰে বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো আৰম্ভ হয় বুৰঞ্জীপ্ৰসিদ্ধ জোনবিল মেলা।

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া জোনবিল মেলাক লৈ এতিয়া মৰিগাঁও আৰু কাৰ্বি আংলং জিলাবাসী ৰাইজৰ ব্যস্ততাৰ অন্ত নোহোৱা পৰিবেশৰ সৃষ্টি হৈছে।

আহোম সাম্ৰাজ্যৰ দিনৰে পৰা আৰম্ভ হোৱা বিনিময় প্ৰথাৰে পৰিচালিত জোনবিল মেলা আজিও একংবিশ শতিকাত পৰম্পৰাগত চৰিত্ৰ অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰি অহা হৈছে।

উল্লেখযোগ্য যে, আজিৰে পৰা আৰম্ভ হ’বলগীয়া জোনবিল মেলাত শনিবাৰে ঐতিহ্যমণ্ডিত গোভা ৰাজ্যৰ শেষৰগৰাকী ৰজা দ্বীপ সিং দেওৰজাৰ দৰবাৰ বহিব।

জাগীৰোডৰ পৰা উত্তৰ দিশে ৫ কিলোমিটাৰ সোমাই গ’লে জোনবিল মেলা অনুষ্ঠিত হোৱা স্থানত উপস্থিত হ’ব পাৰি।

জোনবিল মেলাত প্ৰতিবছৰে ৰাজ্যৰ লগতে দেশ আৰু বিদেশৰ অসংখ্য পৰ্যটকে অংশগ্ৰহণ কৰি আহিছে।

বুৰঞ্জী প্ৰসিদ্ধ জোনবিল মেলাৰ সাতামপুৰুষীয়া বিনিময় প্ৰথা আৰু গোভা ৰজাৰ দৰবাৰে প্ৰতিবছৰে জোনবিল মেলাত দৰ্শকক আকৰ্ষণ কৰি অহাৰ লগে অসমৰ প্ৰাচীন সভ্যতাক প্ৰতিফলিত কৰি আহিছে।

জোনবিল মেলাৰ লগত সংগতি ৰাখি উদ্যোক্তা সমিতিয়ে বিভিন্ন পৰম্পৰাগত খেল আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে।

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো জোনবিল মেলাই ৰাইজৰ সমাদৰ লাভ কৰিব বুলি উদ্যোক্তা সমিতিয়ে আশা প্ৰকাশ কৰিছে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd