• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰম্পৰাগত খেল আৰু সাংস্কৃতিক অনুষ্ঠানেৰে ঐতিহাসিক ৰংঘৰ বাকৰিত ৰজাদিনীয়া ৰংপুৰ মেলা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 16, 2020 5:32 pm
Rangpur Mela

ৰংপুৰ মেলাত জনগোষ্ঠীয় নৃত্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত পহিলা মাঘৰ দিনা ৰংপুৰ মেলা অনুষ্ঠিত কৰি অহা হৈছে।

টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতি আৰু ৰাইজৰ উদ্যোগত ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি উলহ-মালহেৰে দশম ৰংপুৰ মেলা  অনুষ্ঠিত হয়।

Apply Now

ৰাতিপুৱা পতাকা উত্তোলন,  মৈডাম তৰ্পনেৰে আৰম্ভ হয় দশম ৰংপুৰ মেলাৰ।

ইয়াৰ পাছতে  টেকেলী ভঙা, ৰচী টনা, পিচল খুটাত বগোৱা আদি খেল ধেমালী অনুষ্ঠিত কৰা হয়।

পহিলা মাঘৰ দিনটোত ৰংপুৰ মেলা উপলক্ষে আজি ৰংঘৰৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰে।

ৰংপুৰ মেলা উপলক্ষে শিৱসাগৰৰ ৰংঘৰ বাকৰিত বিভিন্ন জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।

জনগোষ্ঠীয় নৃত্য সমুহৰ ভিতৰত তিৱা, গাৰো, বড়ো, মিচিং আৰু টাই আহোম জনগোষ্ঠীয় নৃত্য উল্লেখযোগ্য।

আনহাতে, সুদূৰ গাৰো পাহাৰৰ পৰা উঠি আহি চেপনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ শলগুৰিত থকা পশ্চিম গাৰো বস্তি গাঁৱত বসতি কৰি থকা গাৰো লোকসকলে অনুষ্ঠানত গাৰো নৃত্য প্ৰদৰ্শন কৰে ।

ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি ‘চে-মুন’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোহাঁইয়ে।  স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে ডঃ জীৱন কলিতা আৰু মনোজ কুমাৰ গগৈয়ে।

উল্লেখযোগ্য যে, আহোম যুগৰে পৰা ৰংঘৰৰ সন্মুখত ভোগালী বিহুৰ দিনা আহোম ৰজাই বিভিন্ন খেল ধেমালী মহ যুঁজ, মল্লযুদ্ধ, কুকুৰা যুঁজ আদিৰ লগতে জনগোষ্ঠীয় নৃত্য উপভোগ কৰিছিল। ৰংঘৰৰ বাকৰিত অতিজৰে পৰা চলি অহা এই পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখি থকা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

আনহাতে, দিচাংমুখৰ জেইলগাঁৱৰ  মাজৰবাৰীত পৰম্পৰা ৰক্ষা কৰি ম’হ যুঁজ অনুষ্ঠিত হয়। জেইল গাঁৱৰ ৰাইজৰ  উদ্যোগত আজি পহিলা মাঘৰ দিনাখন প্ৰতিবছৰৰ দৰে মহ যুঁজ অনুষ্ঠিত হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd