• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাস্তুশাস্ত্ৰয়ো নিৰ্ণয় কৰে দাম্পত্য জীৱন আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমৰ তীব্ৰতা, যৌনতা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2020 7:33 pm
Bastu Shastra and Conjugal life

প্ৰতিনিধিত্বমূলক ছবি।

1.7k
VIEWS
Share on FacebookShare on Twitter

গৃহ নিৰ্মাণ আৰু গৃহসজ্জাৰ সৈতে জড়িত বিশ্বাসবোৰৰ ভিতৰত বাস্তুশাস্ত্ৰই গোটেই বিশ্বৰ মানুহৰ ওচৰত গুৰুত্ব লাভ কৰি আহিছে।

এই শাস্ত্ৰৰ বিচাৰত গৃহ আৰু তাৰ অংশবোৰৰ বিভিন্ন দিশীয় অৱস্থান অতি গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ বাস্তুশাস্ত্ৰীয় প্ৰভাৱ সফল দাম্পত্য জীৱন আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমৰ ওপৰতো আছে বুলি দাবী কৰিছে বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলে।

দাম্পত্য আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমক নতুন মাত্ৰা দিয়াত শোৱনি কোঠা, বিছনাৰ অৱস্থান, বিছনা চাদৰ, পোহৰ, আইনা আদিয়ে ভূমিকা লয় বুলি বিশেষজ্ঞসকলৰ দাবী।

বাস্তুশাস্ত্ৰই কৰা দাবীবোৰ এনে ধৰণৰ :

শোৱনি কোঠা আহল-বহল হোৱা উচিত আৰু ই ঘৰটোৰ দক্ষিণ-পশ্চিম দিশত থকা উচিত। ই প্ৰেম আৰু সম্পৰ্কৰ বান্ধোন মজবুত কৰে বুলি দাবী। শোৱনি কোঠা সদায়ে চাৰি চুকীয়া হোৱা উচিত আৰু ইয়াৰ পূব দিশটো আৱৰ্জনা আৰু বিশৃংখলাৰ পৰা মুক্ত হোৱা উচিত।

সেইদৰে বিছনাখন আৰামদায়ক আৰু একেই দক্ষিণ-পশ্চিম দিশত হোৱা উচিত।

শোৱনি কোঠা আৰু বিছনা চাদৰৰ ৰঙে বহুখিনি প্ৰভাৱ পেলায়। ৰঙা ৰং প্ৰেমৰ প্ৰতীক। কিন্তু অতি টিকটিকীয়া ৰঙা ভাল নহয়। পাতল নীলাও ল’ব পাৰি।

ভৰিৰ পঠানৰ ফালে আইনা ৰাখিব নালাগে আৰু ৰাখিলেও কাপোৰেৰে ঢাকি ৰাখিব লাগে।

পোহৰ মৃদু আৰু ৰোমাণ্টিক কৰিবৰ বাবে মমবাতি নিৰ্বাচন কৰিব পাৰে।

নিবিড়ভাৱে থকা দম্পতীৰ ছবি বা নিজৰো তেনে মুহূৰ্তৰ ছবি ৰাখিলে ভাল। কোনো নেতিবাচক ভাব আনিব পৰা আকৃতি বা জীৱ-জন্তুৰ ছবি ৰাখিব নালাগে।

Recent News

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd