• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছৰ নেতা কৃষ্ণগোপালৰ মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 4:28 pm
gopal_1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১১ ফেব্ৰুৱাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত কৃষ্ণগোপাল নামৰ এজন আৰ এছ এছৰ নেতাই অসমৰ জাতীয় জীৱনত অতি সন্মানৰ আসনত থকা দুজন ব্যক্তি ক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিশ্ববিশ্ৰুত সংগীতজ্ঞ ড০ ভূপেন হাজৰিকা সন্দৰ্ভত দিয়া উদ্ভট মন্তব্যৰ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ছ’চিয়েল মিডিয়াত।

ছ’চিয়েল মিডিয়াত বিভিন্ন জনে অসমীয়াৰ স্বাভিমানত আঘাত কৰি এই মন্তব্য দিবলৈ কৃষ্ণগোপাল কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে অনুষ্ঠানটোত উপস্থিত ‘জাতীয় নায়ক’ মুখ্য মন্ত্ৰীয়ে কিয় মুখেৰে মাত এষাৰো নামাতিলে বুলিও প্ৰশ্ন কৰিছে।

আনহাতে এই অনুষ্ঠানটোৰ আঁৰৰ মানুহ ননীগোপাল মহন্তকো সমালোচনাৰে থকা-সৰকা কৰা হৈছে ছ’চিয়েল মিডিয়াত। ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাত গেৰুৱা ৰং সানিব খুজিছে বুলিও ছ’চিয়েল মিডিয়াত অভিযোগ কৰা হৈছে।

উল্লেখযোগ্য যে ১১ ফেব্ৰুৱাৰিত হোৱা জ্ঞান সংগম নামৰ এটা অনুষ্ঠানত আৰ এছ এছৰ কৃষ্ণগোপাল নামৰ এজন ব্যক্তিয়ে শংকৰদেৱ অসমৰ কথা লিখা নাছিল, যি লিখিছে ভাৰতৰ কথাহে লিখিছে বুলি মন্তব্য কৰিছিল। একেদৰে ব্যক্তিজনে ড০ ভূপেন হাজৰিকায়ো গংগাৰ কথাহে কৈছিল বুলি আজৱ মন্তব্য কৰিছিল। এই অনুষ্ঠানটোত সেই সময়ত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। আনহাতে অনুষ্ঠানটোৰ গুৰি ধৰোঁতা হিচাপে আছিল বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপক ননীগোপাল মহন্ত।

এই বিতৰ্কিত মন্তব্যৰ পিছত ৰাজ্যজুৰি বিভিন্ন দিশৰ পৰা তথা বিভিন্ন দল-সংগঠনৰ পৰা প্ৰতিক্ৰিয়া আহে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ পৰাও বিষয়টোত প্ৰতিক্ৰিয়া কৰা দেখা গৈছিল। আছু, তাই আহোম যুৱ পৰিষদে কৃষ্ণগোপাল নামৰ ব্যক্তিজনক ক্ষমা খুজিবলৈ দাবী জনায়। আনহাতে ননীগোপাল মহন্তক বৰ্জন কৰিবলৈও তাই আহোম যুৱ পৰিষদে আহ্বান জনাইছিল। নিজৰ কেৰিয়াৰৰ গ্ৰাফ ওপৰলৈ নিয়াৰ স্বাৰ্থতে ননীগোপাল মহন্তই এইবোৰ কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd