• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহেশ ভাটে কিয় নিজৰ জীয়েকক বিয়া কৰাব বিচাৰিছিল; কাৰণ জানি আচৰিত হ’ব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2020 4:43 pm
282.3k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটে মাজে সময়ে যথেষ্ট বিতৰ্কিত মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে।

কাজলক প্ৰয়োজনাধিক গুৰুত্ব দিয়া অভিনেত্ৰী, ‘বৰ্ফি’ক প্ৰয়োজনতকৈ বেছি ভাল চলচ্চিত্ৰ বুলি কোৱাৰ পৰা এ আই বিত অংশলোৱা সকলৰ ভিতৰত কিয় সোণাক্ষী সিনহাৰ নামত এফ আই আৰ দাখিল কৰা নহ’ল আদিকে ধৰি একাধিক বিস্ফোৰক মন্তব্য আগবঢ়াইছে মহেশ ভাটে।

আশীৰ দশকত এখন আলোচনীৰ কভাৰ শ্বুট সন্দৰ্ভত মহেশ ভাটে দিয়া এটা বিচিত্ৰ মন্তব্য কেতিয়াও পুৰণি নহয়।

আলোচনীখনৰ বেটুপাতৰ ছবিৰ বাবে মহেশ ভাটে তেওঁৰ কন্যাৰ সৈতে ওঠত ওঠ থৈ চুম্বন কৰা দেখা গৈছিল আৰু কৈছিল ‘‘তেওঁ যদি মোৰ ছোৱালী নহ’ল হেতেন মই তেওঁৰ প্ৰেমত পৰিলোহেতন আৰু তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হলোহেতেন।’’

ফিল্মফেয়াৰ আলোচনীখনৰ মুখ্য শাৰী আছিল-‘‘যদি পুজা মোৰ কন্যা নহ’লহেতেন মই তেওঁৰ প্ৰেমত পৰিলোহেতেন আৰু বিয়া কৰালোহেতেন।’’

ইয়াৰ পাছতে সমগ্ৰ দেশত আলোচনীখনে খলকনি তুলিবলৈ সক্ষম হৈছিল।

বিতৰ্কিত বক্তব্য আৰু ব্যতিক্ৰমী চৰিত্ৰৰে পৰিচিত হ’লেও মহেশ ভাটে বলিউদক-চড়ক, আশ্বিকি, জখম, অৰ্থ, চৰঞ্চ আদি জনপ্ৰিয় ছবি উপহাৰ দি থৈছে।

ডেকা বয়সতে ভাটে লৰেণ ব্ৰাইটক বিয়া কৰাইছিল। ভাট আৰু লৰেণৰ সন্তান পুজা ভাট আৰু ৰাহুল ভাট। মহেশ ভাটৰ জনপ্ৰিয় ছবি আশ্বিকি তেওঁৰ আৰু লৰেণৰ প্ৰেম কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।

অতি চঞ্চল ব্যক্তিত্ব আৰু সুৰাৰ প্ৰতি আসক্ত মহেশ ভাটে পৰৱৰ্তী সময়ত অভিনেত্ৰী প্ৰবীণ বাবী আৰু চোনী ৰাজদানৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

মহেশ ভাট আৰু চোনী ৰাজদানৰ সন্তান আলিয়া ভাট আৰু চাহিন ভাট।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd