• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধোনীক অতিক্ৰমি অধিনায়ক হিচাপে নতুন অভিলেখৰ অধিকাৰী হ’ল কোহলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2020 6:04 pm
191209094555

টীম ইণ্ডিয়াৰ দুই কৃতিমান অধিনায়ক বিৰাট কোহলি আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

11.6k
VIEWS
Share on FacebookShare on Twitter

অধিনায়কৰ চাপ মূৰত লৈ ভাল প্ৰদৰ্শন আগবঢ়োৱাটো ইমান সহজ কথা নহয়। বিশ্বৰ বহু দুৰ্দান্ত ক্ৰিকেটাৰেই এই ভূমিকাত ব্যৰ্থ হোৱাৰ উদাহৰণ আছে।

এইক্ষেত্ৰত বিৰাট কোহলি অৱশ্যেই অনন্য। অধিনায়ক হিচাপে এটাৰ পাছত আন এটা ছিৰিজ জয়ৰ অভিলেখ গঢ়ি যোৱাৰ সমান্তৰালকৈ হাতত বেট লৈও চমক দেখুৱাইছে বিৰাটে।

দলৰ নেতৃত্ব আৰু বেটিঙৰ মাজত সুষম সন্তুলনৰ বাবেই নৱবৰ্ষৰ আৰম্ভণিতেই কোহলি অধিকাৰী হ’ল এটি নতুন অভিলেখৰ।

আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া তথা টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে কোহলি।

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিৰিজ জয়ৰ পাছতে অধিনায়ক কোহলিৰ প্ৰশংসা পঞ্চমুখ হৈ পৰিছে পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ ছোয়েব আখতাৰ।

আখতাৰে কয়,’’তেওঁ অসাধাৰণ নেতা আৰু মানসিকভাৱে অত্যন্ত দৃঢ়। কিদৰে উভতি ধৰিব লাগে সেয়া ভালকৈয়ে জানে। পাছ পৰিলেও হাৰ নামানে। কাৰো সৈতে যদি ৰোহিত শৰ্মা, শিখৰ ধাৱান, শ্ৰেয়াস তথা কে এল ৰাহুলৰ দৰে প্ৰতিভা থাকে তেতিয়াতো কথাই নাই। বেংগালুৰুৰ দৰে খেলপথাৰত ৩০০ ৰাণত সীমিত ৰাখিব পাৰিলে সেয়া অতিক্ৰম কৰিবলৈ চিন্তাই কৰিব নালাগে।‘’

দলৰ সাফল্যৰ লগে লগে দেওবাৰে কোহলিয়ে ব্যক্তিগত অভিলেখো গঢ়িলে।

ভাৰতীয় অধিনায়কগৰাকীয়ে ৯১ টা বলত ৮৯ৰাণৰ এক অনবদ্য ইনিংছ খেলে। কোহলিয়ে অধিনায়ক হিচাপে সকলো ফৰমেট মিলি সৰ্বোচ্চ ৰাণৰ অধিকাৰী হয়।

কোহলিয়ে মুঠতে কৰিছে ১১হাজাৰ ২০৮ৰাণ। টীম ইণ্ডিয়াৰ কোনো অধিনায়কৰ এইটোৱে সৰ্বোচ্চ ৰাণ।

ইমানদিনে ৩৩০ টা ইনিংছ খেলি ১১ হাজাৰ ২০৭ৰাণ কৰি তালিকাৰ শীৰ্ষত আছিল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী। কোহলিয়ে ১৯৯ টা ইনিংছতে অতিক্ৰম কৰিলে ধোনীক।

এই তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে মহম্মদ আজাহাৰুদ্দিন (৮০৯৫) আৰু সৌৰভ গাংগুলী (৭৬৪৩)।

অধিনায়ক হিচাপে কোহলিৰ এই অভিলেখৰ উপৰি বেটছমেন হিচাপে কোহলিৰ অভিলেখ আৰু অধিক ঈৰ্ষণীয়।

কোহলিয়ে এদিনীয়াত ইতিমধ্যে ১১,৭৯২ৰাণ কৰিছে। টেষ্ট আৰু টী-২০ত কোহলিৰ সংগ্ৰহ হ’ল ক্ৰমে ৭২০২ আৰু ২৬৮৯ ৰাণ। বিৰাটৰ আছে মুছ ৭০টা শতৰাণৰ অভিলেখো।

বিশ্ব ক্ৰিকেটত বিৰাট কোহলিৰ এই অপ্ৰতিৰোধ্য অশ্বমেধৰ ঘোঁৰা সহজতে থমকি ৰোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd