• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAA-ৰ শুনানিৰ সময়ত কি কি ক’লে উচ্চতম ন্যায়ালয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2020 1:56 pm
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ফাইল ছবি।

28k
VIEWS
Share on FacebookShare on Twitter

একতৰফা স্থগনাদেশ দিব নোৱাৰি

কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিয়াৰ বাবে সময় নিদিয়াকৈ আইনখনৰ বিৰুদ্ধে একতৰফা স্থগনাদেশ দিব নোৱাৰি বুলি মন্তব্য কৰে ন্যায়ালয়ে।

পাঁচজনীয়া বিচাৰপীঠেহে অন্তৱৰ্তীকালীন স্থগনাদেশ দিব পাৰে, তিনিজনীয়া বিচাৰপীঠে নোৱাৰে বুলিও মন্তব্য কৰে মুখ্য ন্যায়াধীশ বোবডে।

ত্ৰিপুৰা আৰু অসমৰ সমস্যাৰ মৌলিকতা স্বীকাৰ

আইনখনৰ বাবে ত্ৰিপুৰা আৰু অসমে সন্মুখীন হোৱা সমস্যাৰ মৌলিকতা পৰোক্ষে স্বীকাৰ কৰি ন্যায়ালয়ে ৰাজ্য দুখনৰ পৰা দাখিল হোৱা আবেদনবোৰৰ শুনানি পৃথকভাৱে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছে। এই আৱেদনবোৰৰ সন্দৰ্ভত উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক ২ সপ্তাহৰ সময় দিছে ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ত এই সম্পৰ্কীয় আৱেদনৰ শুনানিত বাধা

উচ্চতম ন্যায়ালয়ে CAA সম্পৰ্কত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত হৈ থকা শুনানিত বাধা আৰোপ কৰিছে। উচ্চতম ন্যায়ালয়ত বিষয়টো নিষ্পত্তি নোহোৱালৈকে উচ্চ ন্যায়ালয়সমূহত এই সম্পৰ্কীয় কোনো শুনানি গ্ৰহণ কৰা নহ’ব।

১৪৪খন আৱেদনৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

আজি মুঠ ১৪৪খন আৱেদনৰ শুনানি হয়। দাখিল হোৱা এই আৱেদনবোৰৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

আদালতত হোৱা ভিৰক লৈ উদ্বেগ প্ৰকাশ

আজি শুনানিৰ সময়ত আদালতত হোৱা ভিৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশ ববডেই। জানিব পৰামতে, মুঠ ১৪৮টা পক্ষৰ প্ৰায়সকলেই আজি শুনানিত উপস্থিত আছিল আৰু ক’ৰ্টৰুমত ভিৰ দেখা গৈছিল। হুলস্থূলৰ বাবে শুনানিত অসুবিধা হোৱা বুলি ববডেই মন্তব্য কৰে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd