• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিম বুলি বিতৰ্কিত মন্তব্য কৰা জে এন য়ুৰ প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে গোচৰ তৰিব অসম চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2020 5:33 pm
Sarjil Imam vs Himanta

চাৰ্জিল ইমাম আৰু হিমন্ত

13.1k
VIEWS
Share on FacebookShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামে চাহিনবাগৰ প্ৰতিবাদস্থলীত অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিয়া হ’ব বুলি কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে গোচৰ তৰিব অসম চৰকাৰে।

চাৰ্জিল ইমাম দিল্লীৰ চাহিনবাগ প্ৰতিবাদৰ মূল উদ্যোক্তা।

ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ বাবে বিতৰ্কিত মন্তব্য দিয়া হৈছে বুলি অসমৰ বিত্ত মন্ত্ৰী হিমান্ত শৰ্মাই সংবাদমেলত কয়।

‘‘চাহিনবাগ প্ৰতিবাদৰ মূল উদ্যোক্তাই অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিব লাগে বুলি কৈছে। অসম চৰকাৰে এই বিছিন্নতাবাদী মন্তব্য কৰা চাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে,’’ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়।

‘‘অসমত আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ বাবে এনে বিতৰ্কিত মন্তব্য দিয়া হৈছে। ইয়াত হিন্দু, বঙালী আৰু মুছলমানক হত্যা কৰা হৈছে বুলিও মিছা মন্তব্য দিয়া হৈছে দিল্লীৰ প্ৰতিবাদস্থলীত,’’ হিমন্তই লগতে কয়।

জে এন য়ুৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামে দিয়া বিতৰ্কিত মন্তব্যৰ ভিডিঅ’টো সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’টোৰ সত্যতা নিৰূপন হোৱাৰ পাছতে চৰকাৰে গোচৰ ৰুজু কৰিব বুলি লগতে কয়।

ভাৰতৰ পৰা অসমক বিছিন্ন কৰা কোনো শক্তিকে অসম আৰু উত্তৰ-পূবৰ জনসাধাৰণে সমৰ্থন নকৰে বুলিও শৰ্মাই সংবাদমেলত কয়।

‘‘অসম ভাৰতৰ অভিন্ন অংগ। অসমক ভাৰতৰ পৰা বিছিন্ন কৰি দিয়া হ’ব বুলি কোৱাৰ কাৰো অধিকাৰ নাই,’’ হিমন্তই লগতে উল্লেখ কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd