• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰাবাহিক বোমা বিস্ফোৰণত ক্ষুব্ধ মুখ্য মন্ত্ৰী; কুটাঘাতকাৰীক কাপুৰুষ আখ্যা

তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, আলফা জড়িত থকাৰ সন্দেহ আৰক্ষী সঞ্চালক প্ৰধানৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 26, 2020 12:48 pm
IMG-20190402-WA0078(1)

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটকটীয়া নিৰাপত্তাৰ মাজত গণতন্ত্ৰ দিৱস উদযাপনৰ সময়তে দেওবাৰে পুৱা উজনি অসমৰ কেইবাটাও স্থানত  কম ক্ষমতাসম্পন্ন বিস্ফোৰণে কঁপাই তোলাত ক্ষুব্ধ হৈ পৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বিস্ফোৰণ সংঘটিত কৰা কুটাঘাতকাৰীক কাপুৰুষ আখ্যা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Apply Now

‘আজি উজনি অসমত দুটামান ঠাইত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছো। সেইসকল কাপুৰুষ।‘ ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘সেইসকলৰ কাপুৰুষালিয়ে অসমৰ শান্তিপূৰ্ণ জনতাৰ মন দুৰ্বল কৰিব নোৱাৰে।‘ বুলি দাবী কৰি সোণোৱালে লগতে কয়, ‘অসমৰ ৰাইজ শান্তিৰ পক্ষত এই কথা স্পষ্ট।‘

ইপিনে, এক উচিত তদন্ত কৰি বোমা বিস্ফোৰণৰ লগত জড়িত সকলক অতি শীঘ্ৰে কাৰায়ত্ত কৰি শাস্তি বিহাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে সোণোৱালে।

তেওঁ আৰু কয়, ‘পুলিচে তদন্ত কৰিছে, অতি সোনকালে কৰায়ত্ত কৰিব বুলি দৃঢ় বিশ্বাস।‘

‘আমাৰ দৃঢ় বিশ্বাস আমাৰ যি উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰা কেতিয়াও স্তব্ধ কৰিব নোৱাৰে।‘ সোণোৱালে লগতে কয়।

তদুপৰি তেওঁ ফেইচবুক পেইজত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে ‘অসমৰ কিছু প্ৰান্তত সংঘটিত বোমা বিস্ফোৰণৰ নিকৃষ্ট ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আজিৰ শুভ দিনটোত এনেধৰণৰ নিৰ্লজ্জ কাপুৰুষালিয়ে উগ্ৰপন্থীসকলৰ চৰম হতাশগ্ৰস্ততাক স্পষ্টভাৱে উদঙাই দিলে। এইধৰণৰ ঘৃণনীয় কাৰ্য্য-কলাপক ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি আহিছে। এই কাণ্ডৰ সৈতে জড়িতসকলক কঠোৰতম হাতেৰে দমন কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

আনহাতে, এই কুটাঘাতৰ লগত আলফা স্বাধীন জড়িত থকা বুলি সন্দেহ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

‘কেতবোৰ তথ্য সংগ্ৰহ কৰি আছো। আলফালৈয়ে এইটো সূচায়। বাকী তদন্ত আৰম্ভ হৈ গৈছে। ইতিমধ্যে অগ্ৰগতি লাভ কৰিছো।‘ মহন্তই এইদৰে কয়।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ দিনা পুৱা ডিব্ৰুগড়ৰ আস্থা হাস্পাতলৰ সমীপত আৰু গুৰুদ্বাৰাৰ ওচৰৰ এ টি ৰোডত, দুলিয়াজান, ডুমডুমা আৰু সোণাৰিত কম ক্ষমতাসম্পন্ন বোমা বিস্ফোৰিত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd