• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক ৰাজ্যৰ দাবী লৈ কেন্দ্ৰৰ সৈতে ৫৫ বাৰ আলোচনাত বহিল যুদ্ধ বিৰত কেএলএনএলএফ

নংনী তেৰন by নংনী তেৰন
February 11, 2018 10:29 pm
KLNLF leaders
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বিলংৰি আৰু উত্তৰ কাছাৰ পাবৰ্ত্য মুক্তি বাহিনী চমুকৈ কেএলএনএলএফ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত যুদ্ধ বিৰতি চুক্তিয়ে দেওবাৰে ৮ বছৰ পূৰ্ণ কৰে।

এই উপলক্ষে ডিফুৰ বিৰলাত অৱস্থিত কেএলএনএলএফৰ সমন্বয় কাৰ্যালয়ত এক অনুষ্ঠান আয়োজন কৰা হয় য’ত সংগঠনটোৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

Apply Now

এল এন এল এফৰ সাধাৰণ সম্পাদক থং টেৰনে এক বিবৃতিত কয়, ‘পৃথক পাৰ্বত্য জিলা গঠনক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যোৱা ৮ বছৰ ৫৫ বাৰ আলোচনাত বহা হৈছে।’

ইয়াৰ উপৰি তেওঁ কয়, ‘১৯৯৪ চনৰ ২২ মাৰ্চত গঠন হোৱা কে এল এন এল এফৰ ২০১৮ত ২৪ বছৰ সম্পূৰ্ণ হয়। ২০১০ চনৰ ১১ ফেব্ৰুৱাৰিত সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ লগত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিছিল।’

ভাৰতীয় সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত কাৰ্বি সকলৰ বাবে এখন পৃথক গৃহভূমি গঠন কৰাই কে এল এন এল এফৰ মূল উদ্দেশ্য আৰু এতিয়ালৈকে তেওঁলোকে এই ক্ষেত্ৰত অটল হৈ আছে।

বহু উত্থান পতনৰ মাজেৰে চলাই অহা ৮ বছৰীয়া সংগ্ৰামলৈ ৰাইজে জনোৱা সঁহাৰিৰ প্ৰতি কৃতজ্ঞতা জনাই টেৰণে এই ক্ষেত্ৰত কাৰ্বিআলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচিত সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, সদস্য সকলৰ পৰা যথাযোগ্য সঁহাৰি লাভ কৰা নাই বুলি মন্তব্য কৰে।

তেওঁ অাশা কৰে যে অনাগত দিনত নিৰ্বাচিত প্ৰতিনিধি সকলৰ পৰাও তেওঁলোকে সঁহাৰি লাভ কৰিব।

কেএলএনএলএফৰ সভাপতি পি দিল্লিয়ে সংগঠনটোৰ নেতা তথা কেদাৰ সকলক সংগঠনটোত থাকি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰি যাবলৈ আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ সাধাৰণ ৰাইজ, বুদ্ধীজীৱী আৰু নিৰ্বাচিত প্ৰতিনিধি সকলকো তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।

কেএলএনএলএফ ৰ উপ সভাপতি হাবে তকবি, প্ৰচাৰ সম্পাদক ৰিজাক ডেৰাৰ লগতে আন আন সদস্য উপস্থিত অনুষ্ঠানটোত সভাপতি দিল্লিয়ে পুৱাৰ ভাগত সংগঠনটোৰ পতাকা উত্তোলন কৰে।

নংনী তেৰন

নংনী তেৰন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd