• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েকৰ প্ৰৱেশ ঘটিল বলিউদত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2020 10:04 am
Alaya F

বলিউদত আত্মপ্ৰকাশ ঘটিবলগীয়া অভিনেত্ৰী অলয়া এফ

7.4k
VIEWS
Share on FacebookShare on Twitter

বলিউদত প্ৰৱেশ ঘটিল আৰু এগৰাকী ষ্টাৰ পৰিয়ালৰ সন্তানৰ। বলিউদত আত্মপ্ৰকাশ ঘটা এইগৰাকী অভিনেত্ৰী হৈছে পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েক অলয়া এফ(ফাৰ্নিছাৰৱালা)।

অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবি অহা শুকুৰবাৰে মুক্তি লাভ কৰিব।

‘জাৱানী জানেমন’ নামৰ ছবিৰ জৰিয়তে বলিউদত আত্মপ্ৰকাশ কৰিবলগীয়া অলয়াৰ উপৰি ছবিখনত আছে ছুপাৰষ্টাৰ ছেঈফ আলী খান আৰু টাবু।

ছবিখনত অলয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি প্ৰম’ৰ জৰিয়তে উমান পোৱা গৈছে আৰু নৱাগত গৰাকীয়ে দৰ্শকক নিজৰ অভিনয়ৰে আকৰ্ষিত কৰিব বুলিও ধাৰণ কৰা হৈছে।

২২ বছৰীয়া অলয়াই অলপতে ফিল্মফেয়াৰৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, ‘মই বহুবাৰ ৰিজেক্ট হৈছো। পিছত এই চিনেমাখনত সুযোগ পোৱাটো মোৰ বাবে ভাগ্য’।

‘মই সুখী যে প্ৰথমখন চিনেমাত চেঈফ আৰু টাবুৰ দৰে অভিনেতাৰ সৈতে কাম কৰা সুযোগ পাইছো। শ্বুটিং আৰম্ভ নোহোৱালৈকে এয়া এক সপোন বুলি ভাবি আছিলো’, এই মন্তব্য অলয়াৰ।

অলয়াই লগতে কয় যে তেওঁ ষ্টাৰ পৰিয়ালৰ পৰা আহিলেও কোনো দিনে কোনো পৰিচালককে চিনেমাৰ বাবে খাতিৰ ধৰা নাই।

উল্লেখ্য যে ৩১ জানুৱাৰিত ছবিগৃহত মুক্তি লাভ কৰিব লগীয়া ছবিখনত অলয়াই ছেঈফ আলী খান আৰু টাবুৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে।

Recent News

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd