• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছ ৰোধ হ’ব হোমিঅ’পেথি চিকিৎসাৰে; ভাৰতৰ আয়ুস মন্ত্ৰণালয়ৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2020 3:22 pm
homeopathy

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে চীন, মালেছিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ হোমিঅ’পেথি চিকিৎসাৰ জৰিয়তে ৰোধ কৰা সম্ভৱ বুলি দাবী কৰিছে।

চীনত ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰাণালয়ে এলানি স্বাস্থ্য পৰামৰ্শ জাৰি কৰে।

Apply Now

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতা আৰু অন্যান্য দিশ সমূহৰ সন্দৰ্ভত মঙলবাৰে আয়ুস মন্ত্ৰণালয়ে এখন বৈঠকত অংশগ্ৰহণ কৰিছিল।

আনহাতে, আয়ুস মন্ত্ৰণালয়ে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী হোমিঅ’পেথি ঔষধৰ নামো সদৰি কৰিছে।

চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ১০০ অতিক্ৰম কৰিছে।

বিশ্বৰ বহুকেইখন দেশে চীনৰ সৈতে বিমান সেৱা বাতিল কৰিছে। ভাৰতকো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত সংবেদনশীল দেশৰ ভিতৰত স্থান দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am
‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

‘তেওঁলোকে নিজকে কিয় G7 বুলি কয় নাজানো!’ BRICS-ত পশ্চিমীয়া দেশসমূহক কটাক্ষ পুটিনৰ

September 12, 2026 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd