• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত কি প্ৰতিক্ৰিয়া অসম কংগ্ৰেছৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 2, 2020 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই শনিবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এক সংবাদমেলত অনুষ্ঠিত কৰে।

সংবাদমেলত বৰাই বাজেটকলৈ কেইবাটাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে :

Apply Now

এই বাজেট আদানী আম্বানী আৰু পুঁজিপতি গোষ্ঠীৰ লগত বিজেপিৰ বিকাশ। এই বাজেটৰ পৰা পুঁজিপতি গোষ্ঠী লাভাম্বিত হ’ব। সৱকা সাথ সৱকা বিকাশ নহয়।

১% ধনী লোকৰ হাতত দেশৰ ৪২% সম্পদ জমা হৈ আছে। ৭০% লোকৰ যিমান সম্পদ আছে, তাতকৈ বেছি সম্পদ ১% লোকৰ হাতত আছে। গতিকে এই বাজেট সৱকা সাথ সৱকা বিকাশ নহয়।

কৰ্পৰেট টেক্স কমোৱা হ’ল যাৰ ফলত পুঁজিপতি, ধনী ব্যৱসায়ী সকল লাভাম্বিত হ’ল। ৯০০ খন ট্ৰেইন ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব খুজিছে ।

এইখন দীৰ্ঘতম বাজেট বুলি কোৱা হৈছে, কিন্তু বাজেটখনৰ মানুহৰ প্ৰতি প্ৰত্যাশা একেবাৰে নাই। মানুহৰ প্ৰতি একো আশাৰ বতৰা কঢ়িয়াই আনিব নোৱাৰিলে।

ভাৰতৰ GDP যে হ্ৰাস পাইছে, বাংলাদেশতকৈও কম, সেই কথা বাজেটত উল্লেখ কৰা হৈছে। ১১ বছৰৰ ভিতৰত এইবছৰ GDP আটাইতকৈ সৰ্বনিম্ন। ১২% ৰ পৰা GDP কমি এই বাজেটত ১০% হ’লহি।

GST হোৱাৰ পৰা টেক্স আটাইতকৈ কমি গ’ল, ২০ বছৰৰ ভিতৰত এইবাৰ টেক্স সংগ্ৰহ আটাইতকৈ কমি গ’ল।

এইখন লক্ষ্যহীন বাজেট। বাজেট পঢ়ি থকা অৱস্থাতে বিশ্বৰ ছেনচেক্স ১০০ তকৈ তললৈ নামি গ’ল। ইয়াতকৈ লাজৰ আৰু দুখৰ কথা একো হ’ব নোৱাৰে।

১০০ খন মহানগৰক স্মাৰ্ট চিটিৰ বাবে নিৰ্বাচিত কৰিছিল যদিও বাজেটত পাঁচখন মহানগৰকহে স্মাৰ্ট চিটি হিচাপে লৈছে। এয়া এপাচি শাকত এটা জালুক লেখীয়া কথা। ভাৰতৰ অন্যান্য স্মাৰ্ট চিটিৰ মাত্ৰ ১১% কামহে ২০১৬ চনৰ পৰা সম্পূৰ্ণ হৈছে।

৬০০০ কিঃমিঃ বৈদ্যুতিক ৰেলৰ ট্ৰেক বনোৱাৰ কথা কৈছিল কিন্তু এতিয়ালৈকে সেয়া সম্পূৰ্ণ হৈ নুঠিল। কিন্তু কালি আকৌ বাজেটত নতুনকৈ ২৭ হাজাৰ কিঃমিঃ বৈদ্যুতিক ৰেইল লাইন নিৰ্মাণৰ কথা ঘোষণা কৰিছে।

২০১৪ ৰ পৰা এতিয়ালৈকে কৃষকৰ উৎপাদন দুগুণ কৰিব নোৱাৰিলে। এতিয়া নতুনকৈ কেনেকৈ কৰিব তেওঁলোকে? ইমান কৃষকে যে আত্মহত্যা কৰি আছে সেয়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেই কথা হ’লে তেওঁলোকে নকয়।

এই বাজেটত নিবনুৱা সংস্থাপনৰ কোনো কথা উল্লেখ নাই,এই চৰকাৰ যুৱক বিৰোধী। MGNREGA আঁচনিৰ ১০ হাজাৰ কোটি টকা কাটি দিয়া হৈছে, ইয়াৰ অৰ্থ এয়ে যে গাঁওৰ মানুহৰ উন্নয়ন হ’ব নালাগে।

গোটেই দেশত SKILL DEVELOPMENT ৰ বাবদ মাত্ৰ ৩ হাজাৰ কোটি ধায্য কৰা হৈছে। কোটি কোটি যুৱকৰ বাবদ ৩ হাজাৰ কোটি টকা হাঁহি উঠা কথা।

স্বচ্ছ ভাৰত ফ্লপ শ্ব’। লেট্ৰিন দিছে যদিও এমাহতে ভাঙি যায়, লেট্ৰিনত পানীৰ ব্যৱস্থা কৰি দিয়া নাই।

শিৱসাগৰৰ কথা ঐতিহ্য ক্ষেত্ৰত উল্লেখ আছে, কিন্তু মাজুলীৰ কথা কিয় উল্লেখ নকৰিলে?

বাজেটত ব্ৰহ্মপুত্ৰৰ বাবে এক টকাও নিদিলে, গঙ্গাৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা ধায্য কৰিলে।

মুঠৰ ওপৰত এইখন এখন হতাশজনক বাজেট, কাকো এই বাজেটে সন্তুষ্ট কৰিব পৰা নাই।

জলসিঞ্চনৰ পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰাটো চৰকাৰৰ বিফলতা। এক উচিত আৰু উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd