• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেইচবুকত ‘আপত্তিজনক’ প’ষ্টৰ বাবে আৰু দুজন যুৱকক গ্ৰেপ্তাৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
February 3, 2020 7:49 am
Two-more-arrested-in-Dhubri-1140x570

গ্ৰেপ্তাৰ কৰা ছাকিব আহমেদ আৰু ৰকি আকন্দ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ফেইচবুক পেইজত ‘আপত্তিজনক’প’ষ্ট আপলোড কৰি শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী জিলাৰ আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এইকথা জানিবলৈ দিয়ে।

গ্ৰেপ্তাৰ কৰা যুৱক দুজনক ধুবুৰী চহৰৰ ছাকিব আহমেদ(১৯) আৰু ৰকি আকন্দ(২০) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

দুয়োজনকে আদালতত হাজিৰ কৰোৱাৰ পাছত দেওবাৰে জেইললৈ প্ৰেৰণ কৰা হয়।

ধুবুৰী সদৰ আৰক্ষী থানাত দুয়োজনৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ আই টি এক্টৰ ধাৰা ৬৭ৰ অধীনত ধাৰা ১৫৩(সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যে প্ৰোৎসাহিত কৰা)/১৫৩(এ)(সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা ইত্যাদিৰ ভিত্তিত অশান্তি বিয়পোৱা) এটা গোচৰ (১৭৭/২০২০নং) ৰুজু কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ যুৱ সম্প্ৰদায়ক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান জনাই শান্তি তথা সামাজিক সম্প্ৰীতিৰে বসবাস কৰি থকা ধুবুৰীৰ জনসাধাৰণৰ আশা-আকাংখা যাতে কোনো দুষ্ট শক্তিয়ে মষিমূৰ কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিবলৈ কয়।

“হয়, দুস্কৃতিকাৰী তথা সমাজ বিৰোধী শক্তিসমূহক আমি দিনে নিশাই নজৰত ৰাখিছো। মনত ৰাখিব, আমি আমাৰ কৰ্তব্য কৰিবলৈ ব্যৰ্থ হোৱা নাই আৰু কেতিয়াও নাপাহৰো,’’-আৰক্ষীয়ে সতৰ্ক কৰি দিয়ে।

দুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে নিজৰ ফেইচবুক পেইজত আপত্তিজনক প’ষ্ট আপলোড তথা শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী চহৰৰে ৰাহুল প্ৰসাদ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল।

তেওঁক ভাৰতীয় দণ্ডবিধি আৰু আই টি এক্টৰ একেই ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে জেইললৈ প্ৰেৰণ কৰা হৈছিল।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd