• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বাৰেপাচি ভুল; “ভাষাৰ শ্ৰাদ্ধ’ পতা বুলি ধিক্কাৰ বিভিন্নজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2020 11:27 am
স্মৃতিগ্ৰন্থ

সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত ভুলৰ সমাহাৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰ ওপৰত আকৌ এক গভীৰ প্ৰশ্ন চিহ্নৰ অৱতাৰণা হৈছে।

অৱশ্যে, এয়া সভাৰ কাণ্ডাৰীসকলৰ জাতীয় অনুষ্ঠানটোক জনসমাজত হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ এক প্ৰয়াস বুলিও ক’ব পাৰি।

Apply Now

বৰ্তমান শুৱালকুছিত চলি থকা অসম সাহিত্য সভাৰ ৭৫ সংখ্যক অধিৱেশন উপলক্ষে প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ শুৱালকুছি-জ্যোতিয়ে সাহিত্যানুৰাগীকে ধৰি বিভিন্ন জনৰ দৃষ্টি কাঢ়িছে ইয়াৰ বিয়াগোম ভুলৰ বাবে।

83811131_2501394470103186_1251562077168861184_n
সাহিত্য সভাৰ স্মৃতিগ্ৰন্থখন

সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ এখনৰ এটা পৃষ্ঠাত কিমান ভুল থাকিব পাৰে তাক লৈ প্ৰশ্ন কৰি বহুজনে কটাক্ষও কৰিছে।

কোৱা হৈছে সাহিত্য সভাৰ সভাপতিগৰাকীৰ নামটোৱেই নতুন ৰূপত দেখা গ’ল।

তদুপৰি, ৰাজ্যখনৰ মুখ্য মন্ত্ৰীগৰাকীৰ নাম আৰু উপাধি দুয়োটাই ভুলকৈ প্ৰকাশ পালে।

ভাষা-সাহিত্যৰ চৰ্চা নে শ্ৰাদ্ধ এই বুলি প্ৰশ্ন তুলি সভাৰ স্মৃতিগ্ৰন্থ এনেদৰে বাৰেপাচি ভুলেৰে প্ৰকাশ পোৱাত ক্ষোভ ব্যক্ত কৰা হৈছে।

83872979_2501394346769865_7979280020210188288_n
ভুল বানানেৰে পৰিপূৰ্ণ এটা পৃষ্ঠা।

 

ছচিয়েল মিডিয়াত এগৰাকী সাহিত্যানৰাগীৰ প্ৰশ্ন, “এইয়াই নেকি অসম সাহিত্য সভাৰ ভাষা, জাতি তথা সাহিত্যৰ প্ৰতি দায়বদ্ধতা !!’’

লগতে লিখিছে, প্ৰিন্টিং মিছটেক বুলি বিতৰ্ক নকৰিব কাৰণ এইয়া সাধাৰণ আলোচনী নহয় অসম সাহিত্য সভাৰ অধিবেশনৰ বাবে প্ৰকাশিত মুখপত্ৰ । যাৰ বাবে যথেষ্ট সাৱধানতা আৰু নিষ্ঠাৰ প্ৰয়োজন আছিল।

কোৱা হৈছে, “কিয়নো কিছুমান ভুলৰ পক্ষত কোনো যুক্তিয়ে গ্ৰহণযোগ্য হব নোৱাৰে।’

অসম সাহিত্য সভাৰ দরেৰে জাতীয় অনুষ্ঠানৰ অসমৰ জাতীয় জীৱনত ভূমিকাক লৈ বিভিন্ন সময়ত বিভিন্ন জনে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে সভাৰ এনে কিছুমান কামকাজে সভাৰ মান যে অৱনিত কৰিলে সেয়া নিশ্চিত।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd