• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰ ট্ৰাষ্ট গঠন; প্ৰধান মন্ত্ৰী মোদীয়ে সংসদত আৰু কি ক’লে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2020 1:01 pm
PM Modi

প্ৰধান মন্ত্ৰী মোদী

2.7k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ৰাম মন্দিৰ ট্ৰাষ্ট গঠন কৰাৰ বাবে মঞ্জুৰী প্ৰদান কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে লোকসভাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১৫ জনীয়া সদস্যৰে গঠিত ট্ৰাষ্টৰ কথা ঘোষণা কৰে।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে গঠন হ’বলগীয়া ট্ৰাষ্টৰ নাম হ’ব ‘শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ’।

প্ৰধান মন্ত্ৰী মোদীয়ে ইয়াৰোপৰি শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰক ৬৭ একৰ চৰকাৰী ভূমি অৰ্পন কৰা হ’ব বুলিও কয়।

১৯৯২ চনত বাবৰী মছজিদ ধ্বংসৰ পাছত যেতিয়া বিবাদ আৰম্ভ হৈছিল সেই সময়তে কেন্দ্ৰ চৰকাৰে এই বিবাদিত ৬৭ একৰ ভূমি অধিগ্ৰহণ কৰি লৈছিল।

তেতিয়াৰে পৰা এই ৬৭ একৰ ভূমি কেন্দ্ৰ চৰকাৰৰ অধীন আছিল যি ভূমি বৰ্তমান ৰাম মন্দিৰ ট্ৰাষ্টক গটাই দিয়া হ’ব।

‘এই বিষয়টো শ্ৰী ৰামৰ জন্মভূমিৰ সৈতে জড়িত, এই বিষয়টো অযোধ্যাত ভগৱান শ্ৰী ৰামৰ উপাসনা মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত। ৯ ডিচেম্বৰত মই কৰতাৰপুৰ চাহিব কৰিড’ৰ উদ্বোধন অনুষ্ঠানত আছিলো আৰু উক্ত দিনাখনে মই ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় শুনিবলৈ পাও,’’ সংসদত প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

Recent News

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd