• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিষ্ঠুৰ মহানগৰ! ১০ ঘণ্টা ধৰি পদপথত ৰক্তাক্ত অৱস্থাত পৰি ৰ’ল দুজন লোক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2020 12:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত অচিনাক্ত লোকে প্ৰহাৰ কৰিলে পদপথত আশ্ৰয় লোৱা দুজনকৈ লোকক।

যোৱা নিশা প্ৰায় ১:৩০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি ভুক্তভোগী ৰাজেন ডেকা(৫৫)ই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। তেওঁৰ মূৰত আঘাতৰ চিন স্পষ্ট আৰু বৰ্তমানো ৰক্তক্ষৰণ হৈ আছে।

Apply Now

ডেকাই লগতে জনোৱা অনুসৰি তেওঁলোককক আক্ৰমণ কৰা লোকজন সুৰাসক্ত আছিল আৰু পথত থকা প্লাষ্টিকৰ ৰ’ড ডিভাইডাৰৰে দুয়োকে উপৰ্যুপৰি আক্ৰমণ কৰিছিল। সেইসময়ত উক্ত স্থানত বিজুলী নাছিল আৰু আন্ধাৰৰ সুযোগ লৈয়ে এইদৰে আক্ৰমণ কৰা বুলি অভিযোগ কৰে ডেকাই।

আনজন ব্যক্তিৰ অৱস্থা অধিক সংকজনক বুলি জানিব পৰা গৈছে। বহুসময় পদপথত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছিল লোকজন। অৱশ্যে বৰ্তমানলৈকে তেওঁৰ পৰিচয় জানিব পৰা হোৱা নাই।

পুৱা প্ৰায় ১০ বজাত দুই এগৰাকী সচেতন স্থানীয় ৰাইজে লোক দুজনক তেনে অৱস্থাত দেখা পাই পল্টনবজাৰ আৰক্ষীক খবৰ দিছিল যদিও বহু পলমকৈহে সেই স্থানত আৰক্ষী আৰু ১০৮ মৃত্যুঞ্জয় সেৱা উপস্থিত হৈ লোক দুজনক জি এম চি এইছলৈ লৈ যায়।

এইদৰে মাজনিশাৰ পৰা ১০ ঘণ্টাতকৈ অধিক সময় ধৰি মহানগৰীৰ সোঁমাজত দুজনকৈ আশ্ৰয়হীন ব্যক্তি দুৰ্বৃত্তৰ হাতত প্ৰহৃত হৈ কাৰোৰে দৃষ্টিৰ অগোচৰে ৰাস্তাত পৰি থকা ঘটনা যেন মানৱীয়তা হেৰোৱাই পেলোৱা মহানগৰৰ এক নিদাৰুণ কিন্তু বাস্তৱ প্ৰতিফলন।

আৰক্ষী-নিৰাপত্তা বাহিনীৰ লোকে গিজগিজাই থকা অসম অসচিবালয় আৰু দিচপুৰ আৰক্ষী থানাৰ নিচেই সমীপতে সংঘটিত এই ঘটনাই মহানগৰৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ উদঙাই পেলাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd