• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী ইমৰান খান আৰু নাথুৰাম; দৃষ্টি কাঢ়িলে সকলোৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2020 8:44 am
delhi_exit_poll_660_080220032202
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম দুটা শুনিলেই দুজন ব্যক্তিৰ ছবি মানুহৰ মনলৈ আহে। দিল্লী বিধানসভাৰ নিৰ্বাচনতো এইবাৰ এনে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যাৰ নামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

দিল্লীৰ এই প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাকলৈ দৰাচলতে কৌতুহল নহয়, দলৰ বাবে চিন্তাৰ কাৰণহে হোৱা দেখা গ’ল। কিন্তু কিয়?

Apply Now

দেখাত কাকতালীয় সংযোগ হ’লেও দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী হৈছে ইমৰান খান।

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান নহয়, দিল্লীৰে বাসিন্দা দুজন যুৱক। ৰাজধানীৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে দুই ইমৰান খান।

ইমৰান খানক প্ৰাৰ্থিত্ব দিছে টিপু চুলতান পাৰ্টি নামৰ সৰু দল এটিয়ে। ইয়াৰে এজনক কাৰোল নগৰৰ পৰা আৰু আনজনক মুস্তাফাদৰ পৰা।

কেবল সেয়াই নহয়, ৱাজিপুৰৰ সমষ্টিৰ পৰা চিপিএমৰ প্ৰাৰ্থী গৰাকী হৈছে নাথুৰাম। গান্ধীৰ হত্যাকাৰী নহয় এই নাথুৰাম। তেওঁ হৈছে দিল্লীৰ এগৰাকী চিপিএমৰ নেতাহে।

নাম বিভ্ৰাটৰ এই পৰ্বক বাদ দিও আৰু মজাৰ ঘটনা ঘটিছে দিল্লী বিধানসভাৰ নিৰ্বাচনত। এইটোৱে আম আদমি পাৰ্টিকে সংকটত পেলাইছে।

দিল্লীত এইবাৰ এটা নতুন ৰাজনৈতিক দল গঠন হৈছে ‘আপকি আপনি পাৰ্টি’ চমুকৈ ‘আপ’।

আপকি আপনি পাৰ্টিয়ে নিৰ্বাচনত বহুকেইজন প্ৰাৰ্থীক টিকট দিছে। এই একেই নামৰ পাৰ্টিৰ ফলত কিছু সমস্যাৰ সন্মুখীন হয় কেজৰিৱালৰ দল।

আনহাতে, দিল্লীৰ সদৰ বজাৰত আপৰ প্ৰাৰ্থী সোম দত্তৰ একে নামৰ আৰু দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ঝাড়ুৰ বিপৰীতে তেওঁলোক দুজনে ক্ৰমে ব্ৰাছ আৰু আইচক্ৰীমৰ প্ৰতীকত অৱতীৰ্ণ হৈছে।

দিল্লীত মুঠ ৭০খন আসনৰ বাবে মুঠতে ৬৭০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd