• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সাৰ্বভৌমত্ব” চৰ্ত অবিহনে আলোচনা অসম্ভৱ : পুনৰ স্পষ্ট কৰিলে পৰেশ বৰুৱাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 4:55 pm
Paresh_Baruah-1-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই আলফা (স্বা:)ই এইটো পুনৰ স্পষ্ট কৰি দিছে যে সাৰ্বভৌমত্ব এটা চৰ্ত অবিহনে চৰকাৰৰ সৈতে আলোচনাত বহাটো সম্ভৱ নহয়।

“আমি সদায়ে কৈ আহিছো যে “সাৰ্বভৌমত্ব” আলোচনাৰ মূল বিন্দু হ’ব লাগিব। আন কথা কোৱাৰ কোনো সকাম নাই। চৰকাৰক প্ৰথমে সাৰ্বভৌমত্ব বিষয়ত আলোচনা কৰিবলৈ আৰু তাৰ পিছত কিয় সাৰ্বভৌমত্ব নাপাওঁ আমাক বুজাবলৈ চেষ্টা কৰিবলৈ দিয়ক”, আছাম ট্ৰিবিউনত বৰুৱাৰ এই উদ্ধৃতি।

Apply Now

বৰুৱাই সংগঠনটোৱে চৰকাৰৰ সৈতে কথা পাতি আছে বুলি ওলোৱা বাতৰিও সম্পূৰ্ণ অস্বীকাৰ কৰে।

তেওঁ কয়, চৰকাৰৰ কোনো প্ৰতিনিধিয়ে তেওঁ বা আন কোনো জ্যেষ্ঠ নেতা (আলফা স্বাধীনৰ)ৰ সৈতে যোগাযোগ কৰা নাই। লগতে আলফা স্বাধীনেও চৰকাৰৰ সৈতে যোগাযোগ কৰা নাই।

সংবাদ মাধ্যমৰ জৰিয়তে একাধিক মন্ত্ৰী, বিধায়কে আলফা (স্বা:)ক আলোচনালৈ অনাৰ কথা কৈ অহা সন্দৰ্ভত তেওঁ বৰুৱাই কয়, “আমি সংবাদ মাধ্যমত আমাক আলোচনালৈ মাতি কৰা মন্ত্ৰীসকলৰ আৱেদন-নিৱেদন দেখি আছো আৰু আমিও আমাৰ স্থিতি সংবাদ মাধ্যমৰ জৰিয়তেই স্পষ্ট কৰি আহিছো”।

আনহাতে তেওঁৰ শৈশৱৰ বন্ধু ৰেৱতী ফুকনে কেন্দ্ৰৰ হৈ তেওঁৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে বুলি ওলোৱা বাতৰিও অস্বীকাৰ কৰে।

ফুকন যোৱা ২০১৮ চনৰ ২২ এপ্ৰিলত অম্বিকাগিৰী নগৰৰ নিজা বাসগৃহৰ পৰা প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈছিল।

“ফুকন আমাৰ সৈতে যোগাযোগত নাই। আমি জানো যে তেওঁ নিৰুদ্দেশ হোৱাৰ সময়ত সুস্থ নাছিল। তেওঁৰ সন্ধান উলিওৱাত চৰকাৰী এজেন্সিবোৰৰ ব্যৰ্থতা দুৰ্ভাগ্যজনক”, বৰুৱাই কয়।

উল্লেখযোগ্য যে নিৰুদ্দিষ্ট ৰেৱতী ফুকন পি চি জিৰো এজন সদস্য আছিল, যি পি চি জি আলফা-কেন্দ্ৰ আলোচনাৰ মধ্যস্থতা কৰিবৰ বাবে গঠন কৰা হৈছিল। পি চি জিৰ প্ৰথমখন বৈঠক আছিল ২০০৫ চনৰ ২৬ অক্টোবৰত আৰু বৈঠকত তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙ উপস্থিত আছিল।

পিছত চৰকাৰৰ আন্তৰিকতাহীনতাৰ অভিযোগ আনি পি চি জি মধ্যস্থতাকাৰীৰ ভূমিকাৰ পৰা আঁতৰি আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd