• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ বিধানসভা নিৰ্বাচনত অগপৰ সৈতে অব্যাহত থাকিব বিজেপিৰ মিত্ৰতা

ৰকিবুলৰ দুৰ্গ চামগুৰিত বিজেপিৰ আইদেউৰ বুলনি অনুস্থান

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
February 10, 2020 7:12 pm
5294a62d-930d-4fd3-98b4-ac10fe54bb79

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আজি চামগুৰিত আয়োজিত বিজেপিৰ ‘আইদেউৰ বুলনি’ অনুষ্ঠানত ভাগ ল’বলৈ গৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক প্ৰতিবাদী নেতা-কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সভাৰ সমীপতে আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো বিজেপি সভাপতি গৰাকীৰ প্ৰতিমূৰ্তি জ্বলাই ‘কা‘ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সব্যস্ত কৰে।

Apply Now

উক্ত প্ৰতিবাদ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰঞ্জিত দাসে কয় যে বিজেপিৰ বাবে এয়া কোনো প্ৰত্যাহ্বান হ’ব নোৱাৰে। এইবাৰ বিজেপিয়ে ১০০খন আসন পাবই আৰু আজিৰ পৰাই আমি এই অভিযান আৰম্ভ কৰিছো।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত ৰিৰ্প’ট কাৰ্ডৰ বিতৰ্ক সন্দৰ্ভত কয় যে সকলো মন্ত্ৰী হোৱাৰ আগত যিহেতু এজন বিধায়ক, গতিকে মই বিধায়ক সকলোৰেই ৰিৰ্পট কাৰ্ড বিচাৰিম।

লগতে নিজৰ দলৰ বিধায়কে প্ৰথমতে মন্ত্ৰীৰ ৰিৰ্প’ট কাৰ্ড ল’বলৈ দিয়া সন্দৰ্ভত এয়া কাৰোবাৰ উচতনিতহে মন্তব্য কৰা বুলি দাসে মন্তব্য কৰে।

আনহাতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বুলিও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

বিজেপিৰ ‘মিছন ১০০’ অভিযানৰ প্ৰথম কাৰ্যসূচীৰ অংশ হিচাপে চামগুৰিৰ তেলিয়াগাঁওস্থিত বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত চামগুৰি সমষ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত আইদেউৰ বুলনি অনুষ্ঠানত অংশ গ্ৰহণ কৰে সভাপতি ৰঞ্জিত দাসে।

এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ফণী শৰ্মা, দীপ্লুৰঞ্জন শৰ্মা আৰু বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়া, কলিয়াবৰ জিলা বিজেপিৰ কোষাধ্যক্ষ জ্ঞানদীপ মহন্ত, অসম চাহ নিগমৰ উপাধ্যক্ষ সীমাঞ্চল দিগালকে ধৰি বহু জন নেতাই অংশ লয়।

বিগত দুটা দশক ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিজেপি নেতা অনিল শইকীয়াই কয় যে ৰকিবুলক ভেটিবলৈ এইবাৰ চামগুৰিত হাজাৰ হাজাৰ মূলাগাভৰু ওলাই আহিছে।

ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘আইদেউৰে বুলনিতে পোহৰৰে ধেমালি’ শীৰ্ষক কালজয়ী গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাটাও দিহানামৰ প্ৰতিযোগী দলে অংশ গ্ৰহণ কৰে।

প্ৰতিটো দললৈ বিজেপিৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা এযোৰকৈ তাল উপহাৰ স্বৰূপে আগবঢ়ায়।

উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানলৈ উৰিয়াগাঁও বাইপাছৰ পৰা শতাধিক মহিলাই বাইক ৰেলীৰে সভাপতি গৰাকীক সভাস্থলীলৈ আদৰি আনে। সেই মুহুৰ্ততে প্ৰতিবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে দাসৰ প্ৰতিমুৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd