• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদৌ ভাৰত পথ পৰিবহণ শ্ৰমিক ফেডাৰে’চন আহ্বায়িত দেশজোৰা বন্ধত স্তব্ধ সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ পৰিবহণ

নবাৰুন গুহ by নবাৰুন গুহ
February 12, 2018 11:28 pm
assam-bandh

প্ৰতিনিধিত্বমূলক ছবি

162
VIEWS
Share on FacebookShare on Twitter

সদৌ ভাৰত পথ পৰিবহণ শ্ৰমিক ফেডাৰে’চন (AIRTWF)এ আজি পুৱা ৫ বজাৰে পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া ভাৰত বন্ধই গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰে জনজীৱন ব্যাহত কৰে।

শ্ৰমিকসকলক বিভিন্ন সা-সুবিধা প্ৰদানৰ দাবীত সৰ্বভাৰতীয় শ্ৰমিক সংগঠনটোৱে আহ্বান জনোৱা এই বন্ধলৈ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া সংস্থা (AAMWJU), সদৌ অসম মটৰ শ্ৰমিক ফেডাৰে’চন (AAMSF) আৰু অসম পে’ট্ৰলিয়াম মজদুৰ সংস্থা (APMU)ৰ লগতে বিভিন্ন মটৰ শ্ৰমিক সংস্থাসমূহে সমৰ্থন আগবঢ়ায়।

সদৌ ভাৰত পৰিবহণ শ্ৰমিক ফেডাৰে’চনৰ অসম শাখাৰ সম্পাদক বীৰেন শৰ্মাই কয়, ‘আমাক আমাৰ সন্তানৰ বাবে সুৰক্ষা লাগে। এদিন কামলৈ নগ’লেই আমাৰ টান হয়। আমি সেয়ে এনে এখন আইনৰ দাবী কৰিছো যি আমাক আমাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ নিশ্চিতি দিয়ে।’

ফেডাৰে’চনটোৱে পৰিবহণ শ্ৰমিকসকলৰ বাবে পেঞ্চন, পৰিয়ালৰ লোকৰ চিকিৎসা সুবিধা, সন্তানৰ শিক্ষাৰ বাবে আৰ্থিক সাহায্য আৰু গাড়ীৰ চালক তথা সহায়কাৰীসকলক প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ দাবী জনাইছে।

তেওঁ লগতে কয়, ‘চৰকাৰে বীমা, পঞ্জীয়ন আৰু অন্যান্য ক্ষেত্ৰটো মাচুল বৃদ্ধি কৰিছে যিটো মানি চলাটো আমাৰ বাবে খুব কষ্টকৰ।’

বন্ধৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হোৱাতো স্বীকাৰ কৰি শ্ৰমিক নেতাজনে কয়, ‘আমাৰ উপায় নাই, কাৰণ চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান কৰা নাই।’

গুৱাহাটীত আজি সপ্তাহটোৰ প্ৰথমটো খোলা বাৰতে হোৱা এই বন্ধৰ ফলত যাত্ৰীসকল ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগা হয়।

এ এচ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ‘অতিৰিক্ত ৩০ খন বাচ’ চলোৱা বুলি জনাইছে যদিও বৃ্হৎসংখ্যক যাত্ৰীৰ বিপৰীতে এই বাচৰ সংখ্যা আছিল তেনেই কম।

আনহাতে আজি গুৱাহাটীত এপভিত্তিক টেক্সি অ’লা আৰু উবেৰৰ গাড়ীও আছিল কম আৰু ভাৰা আছিল অইন দিনৰ সাধাৰণ ভাৰাতকৈ বহুগুণে বেছি।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd