• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিজেপিক দিল্লীৰ জনসাধাৰণে আন্তৰিকতাৰে গ্ৰহণ কৰিছে”, দিল্লীৰ নিৰ্বাচনৰ ফল চাই সোণোৱালৰ মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 11, 2020 7:25 pm
Himanta and Sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ফল ঘোষিত দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছতো টিঙৰ পৰা নানামিল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আনকি নিজে প্ৰচাৰ চলোৱা নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ যাদৱ পৰাজিত হোৱাৰ পাছতো পূৰ্বৰ তুলনাত বিজেপিৰ ফলাফল বহু ভাল হোৱা বুলি দাবী কৰে সোণোৱালে।

Apply Now

“দিল্লীত পূৰ্বতে তিনিখন আসন আছিল। এইবাৰ তিনিখনৰ পৰা কিমানখনলৈ আগ বঢ়ালো আপোনালোকে গম পাইছে। অৰ্থাৎ দিনক দিনে আমি আমাৰ ভেটি শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছো”, হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য মুখ্য মন্ত্ৰীগৰাকীৰ।

বাতৰি লিখা সময়লৈকে ৭০খন আসনৰ মাত্ৰ পাঁচখন আসনত জয়ী হোৱা বিজেপিক দিল্লীৰ জনসাধাৰণে আন্তৰিকতাৰে গ্ৰহণ কৰিছে বুলি দাবী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

তেওঁ কয়, “নিৰ্বাচনত আমি যিমানখিনি ভোট পাইছো সেই হিচাপে মই ভাবো দিল্লীৰ জনগণে ভাৰতীয় জনতা পাৰ্টীক পূৰ্বতকৈ বহুত বেছি আন্তৰিকতাৰে গ্ৰহণ কৰিছে।”

আনহাতে, বিত্ত, স্বাস্থ্য আৰু গড়কপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱৰা বিষয়টো সহজভাৱে লোৱা দেখিবলৈ পোৱা গ’ল। মন্ত্ৰীগৰাকীৰ মতে বিদ্যুৎ আৰু পানী বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে কেজৰিৱাল চৰকাৰ পুনৰবাৰ জয়ী হ’ল।

“বিদ্যুৎ আৰু পানী বিনামূলীয়াকৈ দিয়া হৈছিল, তাৰ প্ৰভাৱ এটা মানুহৰ মাজত থাকে। দিল্লীত লোকসভা নিৰ্বাচনত মানুহে মোদীক ভোট দিয়ে, বিধানসভাৰ নিৰ্বাচনত কেজৰিৱালক ভোট দিয়ে। এই প্ৰৱণতা যোৱা তিনিটা নিৰ্বাচনত দেখি আহিছো। মই ভাবো ইয়াত নতুনকৈ বিশ্লেষণ কৰিবলগীয়া একো নাই”, নগাৱঁৰ পুৰণি গুডামত এক আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

মন্ত্ৰীজনৰ মতে, লোকসভা নিৰ্বাচন হোৱা হেঁতেন মোদীয়ে আটাইকেইখন আসন লাভ কৰিলে হেঁতেন।

“বিনামূলীয়া যেতিয়া হয়, তেতিয়া মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত বা দুখীয়া মানুহক আকৰ্ষিত কৰে”, তেওঁ লগতে কয়।

ইপিনে, দিল্লীৰ নিৰ্বাচনী ফলাফলে অসমত প্ৰভাৱ পেলাব নেকি? বুলি এজন সাংবাদিকে সোধাত হিমন্তই কয়, “ইয়াততো কোনো দিল্লীৰ ভোটাৰ নাথাকে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd