• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ তথ্য চৰকাৰী ৱেবছাইটৰ পৰা “ৰহস্যজনক” অন্তৰ্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2020 7:49 am
NRC-website-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সৰ্বসাধাৰণ লোকক মহা হাৰাশাস্তিৰ মাজেৰে দেশৰ স্বাৰ্থত প্ৰস্তুত কৰা এন আৰ চিৰ তথ্য অন্তৰ্ধান হৈছে ইয়াৰ চৰকাৰী ৱেবছাইটৰ পৰা।

NRC-ৰ চৰকাৰী ৱেবছাইটত ইয়াৰ বাবে দুটা লিংক দিয়া আছে। সেইকেইটা হ’ল-
RESULT FOR ALL NRC APPLICANTS AS PER DRAFT NRC & SUPPLEMENTARY LIST OF INCLUSION AND EXCLUSION (FINAL NRC) LINK 1
আৰু
RESULT FOR ALL NRC APPLICANTS AS PER DRAFT NRC & SUPPLEMENTARY LIST OF INCLUSION AND EXCLUSION (FINAL NRC) LINK 2

Apply Now

কিন্তু যদি ক্লিক কৰা হয়, তেতিয়া পেইজকেইটা খোল নাখায় বা কোনো অন্য লিংকলৈ Redirect নকৰে।

কথাটো বিশ্বাস কৰিবলৈ টান লাগিলেও এইটোও সত্য যে এই চাঞ্চল্যকৰ কথাটোক কৰ্তৃপক্ষই এটা পালমৰা মন্তব্যৰে সহজভাৱে লৈছে।

কৰ্তৃপক্ষৰ মতে ডেটা ৰখা server-ৰ Cloud storage period শেষ হৈছে বাবে এয়া খোল খোৱা নাই। এন আৰ চি কৰ্তৃপক্ষৰ এই ভাষ্য প্ৰকাশ পাইছে টাইমছ অব ইণ্ডিয়াৰ এটা প্ৰতিবেদনত।

অসমৰ প্ৰায়বোৰ জাতীয় সংগঠনৰ দাবীত আৰু উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এটা ৬ বছৰীয়া জটিল প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰৰ ৩১ আগষ্টত অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল।

চূড়ান্ত এন আৰ চিত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৭৭গৰাকী লোকৰ নাম বাদ পৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই তথ্যবোৰ যোৱা বছৰ অক্টোবৰৰ পৰা অনলাইনত উপলব্ধ কৰা হৈছিল।
এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াটোত অসমৰ সৰ্বসাধাৰণ লোকে বহু হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু বহুকেইজনে মানসিক চাপ সহিব নোৱাৰি আত্মহত্যা পৰ্য্যন্ত কৰিছিল।

গোটেই প্ৰক্ৰিয়াটোৰ সময়ত আই এ এছ বিষয়া প্ৰতীক হাজেলা এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে আছিল আৰু তেওঁৰ দ্বাৰাই কামৰ তদাৰক কৰা হৈছিল।

কিন্তু চূড়ান্ত তালিকাখন প্ৰকাশৰ পিছতে প্ৰতীক হাজেলাক উচ্চতম ন্যায়ালয়ে বদলি কৰে আৰু ৯ নৱেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ গুৰুত্বপূৰ্ণ পদটোত ৰাজ্য চৰকাৰে হিতেশ দেৱশৰ্মাক নিযুক্তি দিয়ে। নিযুক্তিৰ পিছতে শৰ্মা তেওঁৰ বিতৰ্কিত ফেইচবুক পোষ্টবোৰৰ বাবে চৰ্চিত হৈছিল আৰু উচ্চতম ন্যায়ালয়েও ইয়াৰ বাবে চৰকাৰৰ পৰা কৈফিয়ৎ বিচাৰিছিল।

দেৱ শৰ্মাই ২৪ ডিচেম্বৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে।

মন কৰিব লগীয়া যে উন্নীতকৃত এন আৰ চিৰ তালিকাক লৈ শাসক দল বিজেপি সন্তুষ্ট নহয় বুলি দলটোৰ নেতাসকলৰ মন্তব্যই স্পষ্ট কৰি আহিছে।

১১ ফেব্ৰুৱাৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এন আৰ চিৰ তথ্যৰ অনলাইন উপলব্ধতা ৰহস্যজনকভাৱে বন্ধ হোৱাৰ কথাটো জনাই ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিত শইকীয়াই পত্ৰখনত এই ঘটনাটোত সন্দেহৰ গোন্ধ পাইছে আৰু ইয়াক ইচ্ছাপূৰ্বক তথা অভিপ্ৰায়মূলক বুলি অভিযোগ কৰিছে।

এন আৰ চি কৰ্তৃপক্ষৰ “লাহে লাহে যোৱা” মনোভাবৰ কথাও উল্লেখ কৰে শইকীয়াই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd