• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দ্বিতীয় দিনাও সন্ধান নাই জাগুণৰ অপহৃতৰ; আলফা স্বাধীন জড়িত থকাৰ সন্দেহ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 12, 2020 7:47 pm
Jagun Story

অপহৃত বৈকুণ্ঠ সন্দিকৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাচল সীমান্তৰ ১ নং ৱাৰা গাঁৱত কালি সংঘটিত হৈছিল এক অপহৰণ কাণ্ড।

ঘটনাৰ দ্বিতীয় দিনাও তীব্ৰ চাঞ্চল্যই বিৰাজ কৰি আছে অঞ্চলটোত৷

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি ডিগবৈৰ ৰাজু খান নামৰ শিল ব্যৱসায়ীজনৰ অধীনত মহৰী হিচাপে কৰ্মৰত বৈকুণ্ঠ সন্দিকৈ নামৰ যুৱকজনক ১ নং ৱাৰা গাঁৱত কাম চলি থকা ঠাইৰ পৰা ৮-১০ জনীয়া অস্ত্ৰধাৰী সন্দেহযুক্ত আলফা(স্বাঃ)ৰ দল এটাই কালি অপহৰণ কৰি নিয়ে৷

অপহৰণ কাণ্ডটোৰ লগত কোন জড়িত আছে সেই কথা এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো পক্ষই ঘোষণা কৰা নাই।

জাগুণ অঞ্চলত পূৰ্বতে সংঘটিত অপহৰণ কাণ্ডসমূহৰ প্ৰতি লক্ষ্য ৰাখি কালিৰ ঘটনাটোত আলফা স্বাধীনৰ দুৰ্ধষ কেডাৰ উদয় অসমৰ নেতৃত্বাধীন এটা দল জড়িত থকাৰ সন্দেহ কৰা হৈছে৷

পূৰ্বেও জাগুণ অঞ্চলত সংঘটিত হোৱা ৪ টাকৈ অপহৰণ কাণ্ডত আলফা স্বাধীন জড়িত থকাৰ কথা সংগঠনটোৰ তৰফৰ পৰা স্বীকাৰ কৰা হৈছিল৷

উল্লেখযোগ্য কথাটো হ’ল যে বৈকুণ্ঠ সন্দিকৈৰ অপহৰণ হোৱা অঞ্চলটোতেই যোৱা ১ ফেব্ৰুৱাৰি তাৰিখে ভাৰতীয় সেনা আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলীয়া-গুলীৰ ঘটনা সংঘটিত হৈছিল।

উক্ত গুলীয়া-গুলীত ভাৰতীয় সেনাৰ ৪ জনকৈ জোৱান আঘাত প্ৰাপ্ত হৈছিল বুলি আলফা স্বাধীনে প্ৰেছ বাৰ্তা যোগে দাবী কৰিছে৷

বৰ্তমানে আৰক্ষী আৰু সেনাবাহিনীয়ে বৈকুণ্ঠ সন্দিকৈৰ অৱস্থানক লৈ অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই৷

আজি ৰাজু খানে লেখাপানী আৰক্ষী থানাত এই অপহৰণ কাণ্ডৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷

মাত্ৰ ১ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুক্তি দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷

প্ৰায়ে জাগুন অঞ্চলৰ পৰা উগ্ৰপন্থী দলে অপহৰণ কৰাৰ লগতে কূটাঘাত সংঘটিত কৰি আহিছে যদিও এইক্ষেত্ৰত নিৰাপত্তা বাহিনীয়ে বিশেষ প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ৷

ইপিনে উগ্ৰপন্থী বিচৰাৰ নামত কেৱল নিৰপৰাধী লোকক অত্যচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ আছে ভাৰতীয় সেনাৰ বিৰুদ্ধে৷

বৈকুণ্ঠ সন্দিকৈক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষী-সেনাই কেনেধৰণৰ তৎপৰতা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd