• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজৰ নামৰ পাছফালে গৰিয়া লগালে মমিনুল আৱালে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 12, 2020 9:02 pm
043e9ee2-f63f-45ca-9393-a350c0a8da92

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে ২১টা খিলঞ্জীয়া মুছলমান সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই নিজৰ নাম সলনি কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে।

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ মুখ্য আহ্বায়ক মমিনুল আৱালে।

Apply Now

‘মই আজিৰ পৰা নিজৰ নামৰ পাছফালে গৰিয়া লিখি ল’ম। মই যিহেতু গৰিয়া সম্প্ৰদায়ৰ খিলঞ্জীয়া মুছলমান গতিকে এতিয়াৰে পৰা মোৰ নাম চৈয়দ মমিনুল আৱাল গৰিয়া। দুই এদিনতে আদালতত শপতনামা দাখিলৰে এই নামেৰে জনাজাত হ’ম’, সংবাদমেলত এইদৰে কয় আৱালে।

ইপিনে, উক্ত সংবাদমেলৰ জৰিয়তে গৰিয়া, মৰিয়া, দেশী আৰু জুলহা সম্প্ৰদায়ৰ লোককে নিজৰ নিজৰ নামৰ পাছফালে সম্প্ৰদায়ৰ নামটো লগাই ল’বলৈ আহ্বান জনায় আৱালে।

উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰি অৰ্থাৎ সোমবাৰে ধিঙৰ এখন প্ৰতিবাদী সভাত আহোমসকলক খিলঞ্জীয়া নহয় তথা পূৰ্ববংগীয় মূলৰ মুছলমানখিনিহে প্ৰকৃত খিলঞ্জীয়া বুলি দাবী কৰা আমিনুল ইছলামক উভটি ধৰি কটাক্ষ কৰে মমিনুল আৱালে।

তেওঁ কয় ‘আমিনুল ইছলামৰ বক্তব্য সুস্থ মগজুৰ কোনো অসমীয়া মানুহে প্ৰদান কৰিব নোৱাৰে। এ আই য়ু ডি এফৰ লোকসকলৰ মগজুৰ বিকৃতি ঘটিছে। মগজুৰ বিকৃতি ঘটা মানুহেহে আমিনুল ইছলামৰ দৰে বক্তব্য দিব পাৰে।‘

তদুপৰি, আহোম জনগোষ্ঠীটোৱে অসমত প্ৰায় ৬০০ বছৰ ৰাজত্ব কৰিছিল বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘পৃথিৱীৰ এনে কোনো ৰাজবংশ নাই যি বিশ্বৰ কোনো প্ৰান্তত ৬০০ বছৰ ৰাজত্ব কৰিছিল। গতিকে এই বংশটোক লৈ আমিনুল ইছলামৰ দৰে বাংলাদেশী মূলৰ বিধায়কে যি মন্তব্য কৰিছে সেই মন্তব্যক আমি ধিক্কাৰ দিছো’।

ইপিনে, অতি সোনকালে আমিনুল ইছলামক এই বিষয়টোৰ সম্পৰ্কত প্ৰশাসনে মাতি আনি সোধা-পোছা কৰিব লাগে বুলি দাবী জনায় আৱালে লগতে কয়, ‘কাৰণ আমিনুল ইছলামৰ নিচিনা মগজুৰ বিকৃতি ঘটা বিধায়কৰ বক্তব্যই অসমীয়া সমাজ জীৱনত আঘাত হানিছে’।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd